Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি জীৱন যুদ্ধৰ আন এক সংগ্ৰাম

publisher by publisher
June 3, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ফুলাম গামোচাৰে তৈয়াৰী মাস্ক বিক্ৰীৰে কৰি জীৱন যুদ্ধৰ আন এক সংগ্ৰাম
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত অব্যাহত থকা তলাবন্ধৰ ফলত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ৰ লগত জড়িত হৈ জীৱিকা নিৰ্বাহ কৰা লোকসকল ৷ অৱশ্যে তলাবন্ধৰ মাজতেই একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে পূৰ্বৰ জীৱিকা সলনি কৰি নতুন জীৱিকা হাতত লোৱাও পৰিলক্ষিত হৈছে। দীৰ্ঘদিনীয়া তলাবন্ধত পূৰ্বৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা নগাঁও জিলাৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে হাতত থকা সীমিত জমা ধনেৰে আৰম্ভ কৰিছে মাস্ক বিক্ৰীৰ নতুন ব্যৱসায় ৷ এই নতুন ব্যৱসায় কৰি তেওঁলোকে দৈনিক ২৫০ টকাৰ পৰা আৰম্ভ কৰি ৬০০-৭০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথা জানিব পৰা গৈছে ৷ অতিমাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত বৰ্তমান সৰ্বসাধাৰণ ৰাইজৰ মাজত মাস্ক এবিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰূপে পৰিগণিত হৈছে ।

ADVERTISEMENT

ইয়াৰ পৰিপ্ৰেক্ষিততেই নগাঁও জিলাৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে পূৰ্বৰ জীৱিকা এৰি মাস্ক বিক্ৰীকেই জীৱিকা হিচাপে গ্ৰহণ কৰা দেখা গৈছে । এইক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা খনকে বাচি লৈ একাংশই আৰম্ভ কৰিছে এই নতুন ব্যৱসায় ৷ নগাঁৱৰ কলংপাৰ সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত মন্দিৰলৈ অহা দৰ্শনাৰ্থী সকলৰ সুবিধাৰ্থে মিঠা তেলৰ চাকি-বন্তি, ঘিউৰ বন্তি, ধূপ, মেছৰ লগতে মন্দিৰত প্ৰয়োজন হোবা ভিন্ন বিধ উপাসনাৰ সামগ্ৰী, নতুন ম’বাইল ফোনৰ চিম কাৰ্ডৰ সংযোগ, ম’বাইলৰ ৰিৰ্চাজ কাৰ্ড, ম’বাইল ক’ভাৰ, কলম আদি ভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি বিগত পোন্ধৰ-ষোল্ল বছৰে নিজৰ পৰিয়ালটো পোহ পাল দি অহা চহৰৰ পাৰ্শ্বৱৰ্তী হুজ গাঁৱৰ এজন শিক্ষিত উদ্যমী যুৱক বিপুল কলিতা ৷

সম্প্ৰতি পৰিস্থিতিৰ তাগিদাত নিজৰ জীৱিকাকে সলনি কৰিবলৈ বাধ্য হোৱা বিপুলে কয়, “কৰ’ণা ভাইৰাছৰ এই ভয়াবহ পৰিস্থিতি ৰাজ্যখনলৈ অহাৰ আগতে মই কলংপাৰৰ সাৰ্বজনীন শিৱ মন্দিৰৰ প্ৰাংগণত এখন ক্ষুদ্ৰ দোকান দি পৰিয়াল চলাই আছিলো ৷ কিন্তু, আজি দীঘলীয়া তলাবন্ধৰ ফলত সেই সকলো ব্যৱসায়ত যতি পেলালে ৷ সম্প্ৰতি চৰকাৰে তলাবন্ধৰ নীতি-নিয়ম কিছু শিথিল কৰিছে আৰু পূৰ্বৰ দৰে বৰ্তমান ৰাইজ মঠ-মন্দিৰলৈ আহিবলৈ লৈছে ৷ গতিকে, আমাৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীয়ে এতিয়া প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দি উন্নত মানদণ্ডৰ ফুলাম গামোচাৰে তৈয়াৰী মাস্কৰ লগতে N-95 মাস্ক, গ্ৰামাঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলা গোটে তৈয়াৰ কৰা ফুলাম গামোচাৰ মাস্ক সমূহ বিক্ৰী কৰাত নিয়োজিত হৈছো।”

এই নতুন ক্ষুদ্ৰ ব্যৱসায়ৰে নিজৰ পিতৃ-মাতৃ,পত্নীৰ লগতে দুটি সন্তানৰে ছয় জনীয়া পৰিয়ালটো পৰিচালনাৰ সপোন দেখিছে বিপুলে। বৰ্তমান গামোচাৰে তৈয়াৰী মাস্কৰ চাদিহা বৃদ্ধি পোৱাত দৈনিক চাৰিশ টকাৰ পৰা আৰম্ভ কৰি ছশ-সাতশ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হোবা বুলি জনায় এইজন যুৱ ব্যৱসায়ীয়ে ৷ আনহাতে, পূৰ্বে নগাঁও চহৰৰ শ্বহীদ ভৱনৰ সন্মুখত এখন ঠেলাত আটকধুনীয়াকৈ সুসজ্জিত ৰূপত শিশু সকলৰ উপযোগী বিভিন্ন জ্ঞানৰ পুথিৰ লগতে কলম, স্কেল, ৰং-পেঞ্চিল, ৰবৰ, কাৰ্যালয়ৰ বিভিন্ন বিধ সামগ্ৰী বিক্ৰী কৰি নিজৰ দেউতাকৰ লগতে তেওঁৰ চাৰি জনীয়া পৰিয়ালটো পৰিচালনা কৰা নগাঁৱৰ কছলুখোৱা নিৱাসী মঞ্জু দাসে ঢাকাপট্টিস্থিত বিষ্ণুৰাভা মাৰ্কেটৰ পৰা ফুলাম গামোচা সমূহ ক্ৰয় কৰি নিজ ঘৰত তেওঁৰ পত্নীৰ সৈতে তৈয়াৰ কৰা মাস্ক সমূহ শ্বহীদ ভৱনৰ সন্মুখতে এতিয়া বিক্ৰী কৰি দৈনিক ৪০০ ৰ পৰা ৬০০ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

এইক্ষেত্ৰত মঞ্জু দাস নামৰ চল্লিছ বছৰীয়া যুৱ ব্যৱসায়ী জনে কয়, “পূৰ্বতে এই স্থানতে মই এখন থেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰি পৰিয়াল পোহপাল দিছিলো ৷ কিন্তু আজি দিৰ্ঘদিনীয়া এই তলাবন্ধৰ বাবে আমাৰ সেই ব্যৱসায়ত বহু ব্যাঘাত আহিল ৷ স্কুল-কলেজ-চৰকাৰী কাৰ্যালয় সমূহৰ বন্ধত অস্থায়ীৰূপে ঠেলাত কিতাপৰ দোকান দি উপাৰ্জন কৰাতো এতিয়া কঠিন হৈ পৰিছে ৷ সেয়ে কি কৰিম কি নকৰিম বুলি চিন্তা কৰি থাকোতেই মনলৈ আহিল মাস্ক বিক্ৰী কৰা কথাটো ৷ তেতিয়াৰ পৰাই এইস্থানত মাস্ক বিক্ৰী কৰি আহিছো ৷ হাতত পৰ্যাপ্ত টকাৰ অভাৱৰ বাবে প্ৰথমাৱস্থাত মাত্ৰ চল্লিছ খন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিছিলো ৷ পৰৱৰ্তী সময়ত ডেৰশ-দুশখন মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰিব পৰা অৱস্থা হৈছে ৷ বৰ্তমান সময়ত তলাবন্ধৰ নীতি নিয়ম চৰকাৰে কিছু শিথিল কৰাত মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা হৈছে আৰু শ্বহীদ ভৱনৰ কাষেৰে পাৰ হৈ যোৱা প্ৰায়ভাগ লোকেই মোৰ পৰা মাস্ক ক্ৰয় কৰি আহিছে ৷ এতিয়া দৈনিক মাস্ক বিক্ৰী কৰি ৪০০ টকাৰ পৰা ৬০০-৭০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছো ৷”

ইফালে, চহৰ খনৰ নতুন বজাৰস্থিত এগৰাকী ট্ৰেইলাৰিং তথা হয়ৱৰগাঁও ৰেল ষ্টেচনৰ কাষৰ আৱাসী ৫৩ বছৰীয়া স্বপন দাসে আজি প্ৰায় ২৮ বছৰ ধৰি নতুন বজাৰত ট্ৰেইলাৰিংৰ কাম কৰি নিজৰ এজন ককায়েকৰ লগতে পত্নী আৰু দুজন পুত্ৰ সন্তানেৰে পাঁচজনীয়া পৰিয়ালটো পৰিচালনা কৰি আহিছিল ৷ কিন্তু, আজি দীঘলীয়া তলাবন্ধৰ ফলত ট্ৰেইলাৰিং ব্যৱসায়টোত ঘোৰ অমানিশা নামি আহিল ৷ তলাবন্ধৰ আৰম্ভণিৰে পৰা আজি পৰ্যন্ত এজনো গ্ৰাহক অহা নাই দোকানলৈ ৷ এনেদৰে আৰু কিমান দিন ঘৰতে হাত সাবতি বহি থাকিব এইসকল ক্ষুদ্ৰ ব্যৱসায় ৷ সেয়েহে তেৱোঁ আৰম্ভ কৰিছে এতিয়া ফুলাম গামোচাৰে তৈয়াৰী মাস্ক আৰু বিক্ৰীৰ নতুন জীৱিকা । সেইদৰে নতুন বজাৰত ফুলাম গামোচাৰে নিজ হাতে মাস্ক তৈয়াৰ কৰি বিক্ৰী কৰা আন এগৰাকী উদ্যমী মহিলা হৈছে অনিতা দত্ত দাস ৷

নগাঁও চহৰৰ পানীগাঁও শান্তিবন নিৱাসী পেছাত এজন টম্-টম্ চালক প্ৰদীপ দাসৰ পত্নী এইগৰাকী মহিলাৰো চহৰৰ নতুন বজাৰতে আছে এখন ট্ৰেইলাৰিঙৰ দোকান ৷ তলাবন্ধৰ বাবে কোনো এবিধ পোচাক তৈয়াৰ কৰিবলৈ সক্ষম নোহোবা ৪২ বছৰীয়া মহিলা গৰাকীয়ে বজাৰৰ পৰা ক্ৰয় কৰা ফুলাম গামোচাৰ লগতে কটনৰ ভিন্নৰঙী কাপোৰ কাটি অত্যাধুনিক ৰূপত নিজ হাতে তৈয়াৰ কৰি গ্ৰাহকক বিক্ৰী কৰি আহিছে ইখনৰ পিছত সিখন মাস্ক ৷ এই মাস্ক বিক্ৰী কৰি বৰ্তমান তেওঁ দৈনিক উপাৰ্জন কৰিছে ৩০০ পৰা পাঁচশৰো অধিক টকা । তাৰেই সুন্দৰকৈ পৰিচালনা কৰি আহিছে স্বামীৰ লগতে পুত্ৰ-কন্যাৰে চাৰিজনীয়া পৰিয়ালটো ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19LockdownNagaon
publisher

publisher

Related Posts

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা
India

এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

October 25, 2026
ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী
International

ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

October 25, 2026
প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ
News

প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

October 25, 2026
দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি
India

দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

October 25, 2026
ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ
Assam

ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

October 25, 2026
ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী
Assam

ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

October 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d