Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল

publisher by publisher
June 5, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
 প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদ মেল
2
SHARES
18
VIEWS
ShareShareShareShare

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি সমগ্র ৰাজ্যজুৰি কংগ্রেছ কৰ্মীসকলে একোটাকৈ গছ পুলি ৰোপন কৰি বন আৰু পৰিবেশ সংৰক্ষণৰ শপত লয় । তেওঁলোকে কয় যে বিজেপি চৰকাৰৰ দিনত সমগ্র ৰাজ্যখনতে বনাঞ্চল আৰু জৈৱ বৈচিত্ৰৰ ধ্বংস যজ্ঞহে হৈছে । মুখ্যমন্ত্রী আৰু বিজেপি দলৰ বনাঞ্চল, পৰিবেশ আৰু জৈৱ বৈচিত্ৰৰ সংৰক্ষণ মাথো শ্লোগানতহে আবদ্ধ হৈ পৰিছে। বাস্তৱত আমাৰ দিহিং পাটকাই বৰ্ষাৰণ্য, ডিব্ৰু-চৈখোৱা অভয়াৰণ্য আদিত দৈনিক বন ধ্বংসৰ যজ্ঞহে চলিছে। এইবিলাকৰ সংৰক্ষণৰ কথা কোৱা বিজেপিৰ কেন্দ্র আৰু ৰাজ্য চৰকাৰে দিহিং পাটকাই বৰ্ষা অৰণ্যত কয়লাৰ মুক্ত খননৰ অনুমতি দিছে আৰু ডিব্ৰু-চৈখোৱা বনাঞ্চলতো হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে অনুমতি দিছে।

ADVERTISEMENT

যাৰফলত আমাৰ সমগ্র জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি নামি আহিছে। প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ দুয়োখন বনাঞ্চলেই ধ্বংসৰ গৰাহত পৰিব। আনহাতে কংগ্রেছ দলৰ চৰকাৰ থাকোঁতে আমি প্ৰকৃতাৰ্থত এই বৰ্ষাৰণ্য আৰু বনাঞ্চল সমূহ সংৰক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰিছিলো। ২০০৩ চনতে মুক্ত কয়লা খননৰ লীজ বন্ধ হোৱাৰ পাছতো এই অঞ্চলৰ জৈৱ বৈচিত্ৰৰ প্ৰতি দৃষ্টি ৰাখি সেই সময়ৰ কংগ্রেছ চৰকাৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰা নাছিল। বৰঞ্চ ২০০৩ চনত বৰ্ষা অৰণ্যৰ এটা খণ্ডক Dehing Patkai Elephant Reserve আৰু ২০০৪ চনত Dehing Patkai Wild life Sanctuary হিচাপে ঘোষণা কৰি ইয়াৰ সংৰক্ষণতহে গুৰুত্ব দিয়া হৈছিল। কিন্তু মুখত প্ৰকৃতি সুৰক্ষা, প্ৰদূষণমুক্ত অসমৰ কথা কোৱা সোণোৱাল চৰকাৰে দিহিং পাটকাই অঞ্চলত আজি মুক্ত কয়লা খননৰ অনুমতিহে প্রদান কৰিছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ৰাজ্যিক পর্যায়ৰ State Wildlife Board ৰ সভা অনুষ্ঠিত কৰি মুখ্যমন্ত্রী সোণোৱালে এই অনুমতি প্ৰদান কৰিলে। এই বোৰ্ডৰ অধ্যক্ষ হৈছে খোদ মুখ্যমন্ত্রী নিজে। এই কাৰ্য্যৰ বিৰুদ্ধে সমগ্র ৰাজ্যজুৰি প্ৰতিবাদ হোৱাৰ পাছত মুখ্যমন্ত্রীয়ে ৰাইজক আভুৱা ভাৰি তেওঁ ৰাজ্যৰ বনমন্ত্রী জনক দিহিং পাটকাই অঞ্চললৈ পঠিয়াই তদন্ত কৰিবলৈ দিছে। স্বয়ং মুখ্যমন্ত্রীয়েই মুক্ত খননৰ বাবে অনুমতি দিয়াৰ পাচত তেওঁৰ মন্ত্রীয়ে গৈ তাত কি অনুসন্ধান কৰিব? ইয়াতকৈ আৰু বহুৱালি কিবা হ’ব পাৰেনে? সোণোৱাল চৰকাৰে সাপ হৈ খুতিছে আৰু বেজ হৈ জাৰিছে। তেওঁলোকে অসমৰ মানুহক মূৰ্খ সাজিব বিচাৰিছে। আমি প্ৰদেশ কংগ্ৰেছে যিকোনো মূল্যৰ বিনিময়ত এই দুয়োটা অঞ্চল সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিম। প্ৰয়োজনত ৰাইজৰ সহযোগত ৰাইজৰ সৈতে আন্দোলন কৰিম ।

অনতিপলমে প্ৰদেশ কংগ্ৰেছৰ ফালৰপৰা মহামান্য ৰাজ্যপালৰ যোগেদি দেশৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্র প্ৰদান কৰিম।  ইপিনে তলাবন্ধৰ সময়ছোৱাত অসমত নিতৌ কয়লাৰ চোৰাং বেহা চলিছে । দিহিং পাটকাই অঞ্চলৰ পৰাও নিতৌ শ শ অবৈধ কয়লাৰ ট্রাক চলাচল কৰি আছে । এই চোৰাং বেহা আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে কংগ্রেছেই নহয় খোদ শাসকীয় দলৰ বিধায়কেও উত্থাপন কৰিছে । বিজেপি দলে যদি ভাবিছে যে চোৰাং কয়লা বেহাৰ টকাৰে তেওঁলোকে আগন্তুক বিধানসভা নির্বাচনত ভোটাৰক প্ৰভাৱিত কৰিব পাৰিব তেন্তে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে । এইদৰে কয় বৰাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDehing Patkai Wildlife SanctuaryRipun BoraWorld Environment Day
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d