ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২১৫৩ জনলৈ বৃদ্ধি

EZvSF3eVcAAyKan

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৩৮ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ১৩ জন দৰঙৰ, ৯ জন ডিমা হাছাওৰ, ৭ জন নগাঁওৰ, ৫ জন শোণিতপুৰৰ, ২ জন হাইলাকান্দিৰ আৰু ২ জন কৰিমগঞ্জৰ ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪৫৯ জন, চিকিৎসাধীন হৈ আছে ১৬৮৭ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷

Exit mobile version