ডিব্ৰুগড় জিলাৰ পৰা তিনি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে।
🔹️দ্বিতীয় স্থান প্ৰাপক: অলংকৃতা গৌতম বৰুৱা, ছল্ট ব্ৰুক স্কুল।
🔹️পঞ্চম স্থান প্ৰাপক: মানস উত্তম নেওগ,
নীলমণি আদৰ্শ জাতীয় বিদ্যালয়।
🔹️দশম স্থান প্ৰাপক : অনিন্দিতা কোঁৱৰ,
ছেইণ্ট জেভিয়াৰ্ছ স্কুল।
এইবাৰ ডিব্ৰুগড় জিলাৰ পৰা মুঠ অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল: ১৩৬৭৬
প্ৰথম বিভাগত উত্তীৰ্ণৰ সংখ্যা: ২২৮০
দ্বিতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা:২৮১৫
তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা: ৩৭০০
জিলা খনত মুঠ উত্তীৰ্ণৰ সংখ্যা: ৮৭৯৫ জন।
