আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটাৰোডৰ মেৰিয়ান স্কুলৰ ছাত্ৰ হৰ্ষবৰ্ধন মাহেশ্বৰীৰ ষষ্ঠ স্হান দখল

WhatsApp Image 2020 06 06 at 11.49.56 AM

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বৰপেটাৰোডৰ মেৰিয়ান স্কুলৰ ছাত্ৰ হৰ্ষবৰ্ধন মাহেশ্বৰীয়ে ষষ্ঠ স্হান দখল কৰি বৰপেটাৰোডলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ সৰভোগৰ ছাত্ৰ গৰাকীয়ে পৰীক্ষা দি উঠি কলিকতালৈ ফুৰিব গৈছিল ৷ কেইদিনমান পূৰ্বে কলিকতাৰ পৰা আহি পোৱাত বৰপেটাৰোডৰ টুৰিষ্টল’জত কোৱাৰেণ্টাইনত ৷ বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে ছাত্ৰ জনৰ লগতে পৰিয়ালৰ সদস্য সকল ৷

Exit mobile version