হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২০ বৰ্ষৰ ফলাফল ঘোষণা

শনিবাৰে পুৱাই ঘোষিত হয় বহুপ্ৰত্যাক্ষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২০ বৰ্ষৰ ফলাফল | মুঠ তিনি লাখ ৪২ হাজাৰ ২২৪ ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে সৰ্বমুঠ উত্তীৰ্ণ হৈছে ২,২১,৭৫৬ জন | উল্লেখ্য যে এই উত্তীৰ্ণ সংখ্যাৰ ভিতৰত প্ৰথম বিভাগত ৪৮,২৭৮ জন, দ্বিতীয় বিভাগত ৭৭,৮৫০ জন আৰু ৯৫,৮২৯ জনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে | ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৬.৯৩ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১শতাংশ।

প্ৰথম ১০টা স্থানঃ-

• প্ৰথম স্থানঃ-

ধৃতিৰাজ বাস্তৱ কলিতা, পদুম পুখুৰী হাইস্কুল, দৰং। মুঠ নম্বৰ লাভ কৰিছে ৫৯৫।

• দ্বিতীয় স্থানঃ-

অলংকিতা গৌতম বৰুৱা, চল্ট ব্রক একাডেমী, ডিব্ৰুগড়| মুঠ নম্বৰ লাভ কৰিছে ৫৯৪।

• তৃতীয় স্থানত তিনিজনঃ-

ক) দেৱীষ্মা প্ৰিয়া বৰা,জ্ঞান জ্যোতি একাডেমী, নাৰায়ণপূৰ|

খ) জ্যোতিষ্মান দেৱ শৰ্মা ,শংকৰদেৱ শিশু বিদ্যা নিকেতন, নলবাৰী|

গ) চাকিজি বুলতন চেইণ্ট মেৰীজ স্কুল, গুৱাহাটী |

তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে ৫৯১ ।

• চতুৰ্থ স্থানত দুজনঃ-

ক) নমস্যা ডেকা, লিটল ফ্লাৱাৰ স্কুল , নলবাৰী |

খ) হীয়াশ্ৰী শৰ্মা, দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় | মুঠ নম্বৰ ৫৯০ নম্বৰ।

• পঞ্চম স্থানত তিনিজনঃ-

ক) মানস উত্তম নেওগ ,নীলমণি আদৰ্শ জাতীয় বিদ্যালয়, ডিব্ৰুগড়|

খ) অংকুৰজ্যোতি বেজবৰুৱা, উদয়ন শান্তি নিকেতন, বেজেৰা |

গ) হিৰক জ্যোতি বৈশ্য ,কাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী | তেওঁলোকে নম্বৰ লাভ কৰিছে ৫৮৯।

• ষষ্ঠ স্থান দখল কৰিছে চাৰিজনঃ-

ক) হৰ্ষবৰ্ধন মহেশ্বৰী, মাৰিয়ান হাইস্কুল বৰপেটা |

খ) হৰিদ্ৰা বৰা, Sacred heart high school, গোলাঘাট |

গ) ৰনোজ জ্যোতি বৰুৱা, জ্ঞানজ্যোতি একাডেমী, নাৰায়ণপূৰ |

 

ঘ) হিমাশ্ৰী বৰুৱা, ফুলেশ্বৰী গাৰ্লছ হাইস্কুল, শিৱসাগৰ । নম্বৰ লাভ কৰিছে ৫৮৮ ।

•সপ্তম স্থান দখল কৰিছে দুজনেঃ-

ক) অভিলাষা দত্ত, চেইণ্ট মেৰিছ হাইস্কুল-উত্তৰ লখিমপুৰ|

খ) জালক জালান , এণ্টনী ইংলিছ স্কুল- নগাওঁ| তেওঁলোকে নম্বৰ লাভ কৰিছে ৫৮৭।

• অষ্টম স্থান দখল কৰিছে পাঁচজনেঃ-

ক) অনিশা ৰয় , হলি ক্ৰছ হায়াৰ চেকেণ্ডাৰী স্কুল, কাছাৰ |

খ) নিখিলেশ দত্ত ,শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া |

গ) চিমৰণ বৰা ,ব্ৰুক ফিল্ড স্কুল, লখিমপুৰ ||

ঘ) অন্তৰিক্স হাজৰিকা,নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ |

ঙ) অন্বেষা চক্ৰৱৰ্তী,ডনবস্ক হাইস্কুল, ডুমডুমা |

তেওঁলোকে মুঠ নম্বৰ লাভ কৰিছে ৫৮৬ নম্বৰ।

• নৱম স্থানত ১১ জনঃ-

ক)ভৃগু মোহন কুমাৰ, শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং |

খ) ৰাজদ্বীপ বৰুৱা ,শংকৰদেৱ শিশু নিকেতন, কাকডোঙা |

গ) নিহাৰিকা ভৰালী,গোলাঘাট জাতীয় বিদ্যালয় |

ঘ) শিল্পী শিখা ডেকা ,পলাশতল কাছমাৰী হাইস্কুল, নগাওঁ |

ঙ) মাছুম মেহতাব,শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী |

চ) ইমন বৈশ্য , শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী |

ছ) অভিনৱ গগৈ ,চেইণ্ট জোচেফ হাইস্কুল, মৰাণহাত, শিৱসাগৰ |

জ) অবিনাশ কেউত ,চেইণ্ট ষ্টিফেণ্স হাইস্কুল, তিনিচুকীয়া |

ঝ) অনন্যা মেধি ,অসম জাতীয় বিদ্যালয়, নুনমাটি |

ঞ) নিৰজ খেতন, হেপী চাইল্ড হাইস্কুল, গুৱাহাটী।

তেওঁলোকে মুঠ ৫৮৫ নম্বৰ লাভ কৰিছে।

• দশম স্থান দখল কৰিছে ১১জনেঃ-

ক) পুজা বেনাৰ্জী, শংকৰদেৱ শিশু নিকেতন, বৰপেটা |

খ) প্ৰেৰণা ডেকা ,বঙাইগাঁও হাইস্কুল |

গ) পাৰাছা তচনিম বৰভূঞা,শিলচৰ কলেজিয়েট স্কুল |

ঘ) অনিন্দিতা কোঁৱৰ , চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড় |

ঙ) ভাৰ্গব জ্যোতি দাস , শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া |

চ) ডি উইজ বিকাশ , চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ |

ছ) অংকিতা দে, Good Samaritan English High School, নগাওঁ |

জ) ঋত্বিকা কুমাৰ সূত,  প্ৰাঞ্জল মেমৰিয়েল একাডেমী, নগাওঁ |

ঝ) শশাংক হালৈ, আনন্দ বিদ্যা নিকেতন, নলবাৰী |

ঞ) মিচবাহুল কৰিম, লিটল ষ্টাৰ স্কুল, শোণিতপুৰ|

তেওঁলোকে লাভ কৰিছে মুঠ ৫৮৪ নম্বৰ।

Exit mobile version