সৰ্বমুঠ ৫৮৬ নম্বৰ লাভ কৰি অষ্টম স্থান লাভ কৰিছে ডুমডুমা ডনবস্ক হাইস্কুলৰ ছাত্ৰী অন্নেষা চাংকাকতিয়ে । ডুমডুমা ৰূপাইৰ তপোবনৰ নিবাসী ডুমডুমা সোণলাল হাইস্কুলৰ শিক্ষক ৰঞ্জু চাংকাকতি আৰু বীনা চাংকাকতিৰ সুযোগ্যা সন্তান অন্নেষাৰ সাফল্যত আনন্দিত পৰিয়ালৰ লগতে সমগ্ৰ ডুমডুমা অঞ্চল । ৰাজ্যৰ ভিতৰতে অষ্টম স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অন্নেষাই ভৱিষ্যতে ডিগবৈ আৰ ডি জুনিয়ৰ কলেজত নামভৰ্তি কৰি এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন দেখিছে ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ অষ্টম স্থান লাভ কৰি ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ অন্নেষা চাংকাকতিয়ে গৌৰৱ কঢ়িয়াই আনিছে
-
By publisher

- Categories: Assam, News
- Tags: Higher Secondary Education CouncilTinisukiya
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026