Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিত ব‍্যাপক অনিয়ম

publisher by publisher
June 7, 2020
in Assam, News
Reading Time: 1 min read
0
কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিত ব‍্যাপক অনিয়ম
2
SHARES
22
VIEWS
ShareShareShareShare

গ্ৰামোন্নয়নৰ নামত লুণ্ঠনৰ কৰ্মস্থলীলৈ পৰ্যবেক্ষিত হৈছে কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগ ৷ পঞ্চায়তৰ অলিয়ে-গলিয়ে, পদুলিয়ে সংঘটিত হৈছে অনিয়ম, দূৰ্নীতি ৷ সকলো দেখি শুনিও ৰহস্যজনকভাৱে ধৃতৰাষ্ট্ৰৰ ভুমিকাত অৱতীৰ্ণ হৈছে সংশ্লিষ্ট বিভাগৰ বৰমুৰীয়াৰ লগতে স্বচ্ছ আৰু নিকা সমাজৰ জয়গান গোৱা দলৰ জনপ্ৰতিনিধি ৷ বহু সময়ত সকলো মিলি আৰম্ভ কৰিছে এই দূৰ্নীতিৰ বজাৰ ৷ এই সকলো দেখি শুনিও অসহায় হৈ ৰৈছে সাধাৰণ জনতা ৷ কলিয়াবৰ মহকুমাৰ পঞ্চায়তসমূহত এতিয়া দূৰ্নীতিৰ এক চিনাকি ছবি ৷ এই সকলো পঞ্চায়তৰে ক্ষেত্ৰত দূৰ্নীতিৰ শিখৰত অৱগাহন কৰিছে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰঘূলী গাঁও পঞ্চায়তে ৷ কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উনয়ন খণ্ডৰ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াত বৰঘূলী গাওঁ পঞ্চায়তত সংঘটিত হৈছে ব‍্যাপক দুৰ্নীতি । প্ৰতিটো আঁচনিতে সংঘটিত হৈছে ব‍্যাপক দুৰ্নীতি ।

ADVERTISEMENT

বৰঘূলী গাঁও পঞ্চায়তৰ অতি পিছপৰা ২ নং ভুৰবন্ধা গাঁৱত শেহতীয়াকৈ সংঘটিত হৈছে অবাধ দুৰ্নীতি । পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীৰ লগতে সভাপতিকে ধৰি আন পঞ্চায়ত প্ৰতিনিধিসকলে এই দুৰ্নীতি কৰাৰ অভিযোগ কৰিছে স্বয়ং গাঁৱবাসীয়ে। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ প্ৰতিটো ঘৰ দিয়াৰ নামত হিতাধিকাৰীয়ে দিব লাগে ১০ ৰ পৰা ১৫ হাজাৰ টকা। গাঁৱখনত বছৰ বছৰ বসবাস কৰা লোকৰ নাম তালিকাত থাকিলেও তেওঁলোকক চৰকাৰী ঘৰৰ পৰা বঞ্চিত কৰি গাঁৱখনলৈ নতুনকৈ আগমন ঘটা লোকক যিসকলৰ ভোটাধিকাৰেই নাথাকে সেইখন গাঁৱত সেইসমুহ পৰিয়ালকহে বৃহৎ ধনৰ বিনিময়ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আবন্টন দিয়াৰো অভিযোগ কৰিছে ২ নং ভুৰবন্ধা গাঁৱৰ ৰাইজে । শেহতীয়াকৈ কৰ’না মহামাৰীৰ পৰা পৰিত্ৰানৰ বাবে ভাৰত চৰকাৰে দিয়া দীঘলীয়া তলাবন্ধৰ সময়ত ৰেচন কাৰ্ড লাভ নকৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ঘৰতে থাকি এমুঠি খাবৰ বাবে চৰকাৰে দিয়া ১০০০ টকাৰ মাত্ৰ ৬০০ বা ৬৫০ টকাকৈহে বৰঘূলী গাওঁ পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীৰ লগতে সভাপতি আৰু ওৱাৰ্ড মেম্বাৰে বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

গাঁৱখনৰ ৰামসাগৰ চৌহান, ৰামচন্দ্ৰ চৌহান, ৰতি দাস, হৰিলাল চৌহান, বিমল দাস, অবনি দাস, হাৰলাল চৌহান, পুতিয়া চৌহান আৰু বেলা দাসকে আদি কৰি বহু কেইগৰাকী হিতাধীকাৰীয়ে দিয়া অভিযোগ অনুসৰি বৰঘূলী গাঁও পঞ্চায়তৰ সভাপতি চুৰাব আলি আৰু ৱাৰ্ড মেম্বাৰসকলে প্ৰতিগৰাকী হিতাধীকাৰীৰ হাতত ১০০০ টকা দি এখন ফটো লোৱাৰ পাছত পুনৰ ১০০০ টকা ঘুৰাই লয় আৰু পাছত হিতাধীকাৰী গৰাকীক প্ৰদান কৰে ৬০০ অথবা ৬৫০ টকা। এইয়া স্বয়ং হিতাধিকাৰীয়ে দিয়া অভিযোগ। অতি পিছপৰা ২ নং ভুৰবন্ধা গাঁওখনত মুঠতে পঞ্চায়তৰ প্ৰতিটো আঁচনিতে সংঘটিত হৈছে ব‍্যাপক লুণ্ঠন। ইয়াৰোপৰি আন আন আঁঁচনিৰ ক্ষেত্ৰতো দূৰ্নীতিৰ অভিযোগ দীৰ্ঘদিনৰ ৷ এতিয়া দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱালৰ চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত এনেবোৰ দুৰ্নীতিৰ তদন্ত কৰিবনে বুলিও প্ৰশ্ন তুলিছে ভুক্তভোগী গঞাই । ৰাইজৰ দাবী চৰকাৰে অতি সোনকালে সমগ্ৰ বিষয়টো উচিত তদন্তৰ জৰিয়তে পিছপৰা গাঁৱখন দুৰ্নীতিত জড়িত থকা সকলক উচিত শাস্তি প্ৰদান কৰি গাঁৱখনত চৰকাৰী আঁচনি সফল কৰি ৰাইজক সহায় কৰিব। কলিয়াবৰৰ বৰঘূলী গাঁঁও পঞ্চায়তৰ এই দূৰ্নীতিৰ ছবিখন মাথো এক উদাহৰণহে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamKaliabor
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d