কৰ’নাৰ প্ৰতিৰোধৰ কাৰণে দিয়া তলাবন্ধত কি কৰিছে চেলিব্ৰেট্ৰীসকলে ? কেনেদৰে সময় পাৰ কৰিছে তেওঁলোকে? সকলো বলীউড চেলিব্ৰিটীয়ে সম্প্ৰতি পৰিয়াল প্ৰিয়জনৰ লগত ব্যস্ত আছে ৷ ইয়াৰ মাজতে বলীউডৰ বিখ্যাত ডিজাইনাৰ সব্যসাচীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে কেইখনমান ফ’টো । বলীউডৰ লগতে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত যুৱতীসকলে বিয়াত পৰিধান কৰা পোচাকৰ স’তে কিছু পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰিলে সব্যসাচীয়ে । ইয়াৰ ভিতৰত প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকন, অনুষ্কা শৰ্মা আদি ৷ চাওঁ আহক সব্যসাচীয়ে শ্বেয়াৰ কৰা কেইখনমান ফ’টো ৷
কৰ’নাৰ মাজতে ডিজাইনাৰ সব্যসাচীৰ পুৰণি দিনৰ স্মৃতি ৰোমন্থন
-
By publisher

- Categories: COVID-19, Entertainment, Fashion, image, India, News
- Tags: BOLLYWOODLockdownSabyasachi
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026