Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পাঁচদিন ধৰি বাঘজানৰ অগ্নিকাণ্ডৰ ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণত ব্যৰ্থ

publisher by publisher
June 14, 2020
in Assam, News
Reading Time: 1 min read
0
পাঁচদিন ধৰি বাঘজানৰ অগ্নিকাণ্ডৰ ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণত ব্যৰ্থ
2
SHARES
17
VIEWS
ShareShareShareShare

বাঘজানৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্য আজি ঘটনাস্থলী পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। জিলাখনত কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ সংক্ৰান্তত বিশেষ দায়িত্বত থকা বিষয়া তথা মহকুমা ৰাজহ চক্ৰ বিষয়া পংকজ নাগবংশীয়ে দৈনিক অগ্ৰদূত”ক সদৰী কৰি কয় যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সূচীক লৈ ইতিমধ্যে দীয়ামূলী চাহ বাগিচাত হেলিপেড তৈয়াৰ কৰা হৈছে। প্ৰথমে তেওঁলোকে ডিব্ৰুগড় বিমানকোঠত অৱতৰণ কৰাৰ পাছত হেলিকপ্টাৰেৰে নিৰ্দিষ্ট স্থানত উপস্থিত হৈ গাড়ীৰে ঘটনাস্থলীত উপস্থিত হ’ল ৷ তাৰ পাছতে আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে । উল্লেখযোগ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচীক বহুতে সমালোচনা কৰিছে । চাৰিজনকৈ কেবিনেট মন্ত্ৰী ঘটনাস্থলীত উপস্থিত হৈয়ো বাঘজানবাসীক সান্ত্বনা দিব নোৱাৰিলে ।

ADVERTISEMENT

যাৰ ফলত বাধ্যত পৰিহে তেওঁ বাঘজানলৈ যোৱা বুলি বহুতে অভিযোগ কৰিছে । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰথমে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ কৰা টুলুঙা মন্তব্যই আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত অধিক উত্তেজিত কৰি তুলিছিল । যাৰ ফলত বিগত দিনকেইটাত আশ্ৰয় শিবিৰতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল । ইপিনে মন্ত্ৰী অতুল বৰায়ো পূৰ্বৰ মন্ত্ৰীৰ ভাষ্যৰ বাবে ককৰ্থনাৰ সন্মুখীন হৈছিল । আৰু মুখ্যমন্ত্ৰীক ঘটনা পৰিদৰ্শন কৰিবলৈ দাবী জনাই আহিছিল অঞ্চলবাসীয়ে ৷ ইফালে অগ্নিকাণ্ড সংঘটিত পাঁচদিনৰ পিছতো সঠিক ক্ষয় ক্ষতিৰ পৰিমাণ দাঙি ধৰিব পৰা নাই জিলা প্ৰশাসনে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

তিনিচুকীয়া ৰাজহ চক্ৰ আৰু ডুমডুমা ৰাজহ চক্ৰৰ একোটাকৈ অঞ্চলৰ লোকে এই অগ্নিকাণ্ড আৰু ভূকম্পনৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিছে যদিও জিলা প্ৰশাসনৰ হাতত নাই মুঠ ক্ষতিৰ পৰিমাণ ৷ ৰাজহ বিভাগক এই ক্ষেত্ৰত যোগাযোগ কৰিলে কেৱল ইজনে সিজনক ঠেলিয়াই দায়িত্ব সামৰে বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ ফলত কোনোৱে প্ৰায় ছশ সাতশ ব্যাসাৰ্ধৰ অঞ্চল জ্বলি ছাৰখাৰ কৰা বুলি সদৰী কৰাৰ বিপৰীতে কোনো বিষয়াই প্ৰায় এক ডেৰ কিলোমিটাৰ অঞ্চলহে জ্বলি যোৱা বুলি উল্লেখ কৰিছে । ইয়াৰোপৰি ইতিমধ্যে জ্বলি ছাৰখাৰ হোৱা ঘৰৰ ওপৰতো কোনো তথ্য সদৰী কৰা নাই জিলা প্ৰশাসনে । কোনোৱে যদি ১৪ টা বুলি উল্লেখ কৰিছে কোনোৱে ১৫-১৬ টা ৷ তৈলখাদটোত যোৱা ২৭ মে’ত সংঘটিত বিস্ফোৰণ আৰু ন জুনত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণ নোহোৱাৰ কথা দোহাই দি বিভাগীয় বিষয়াসকলে আজি পৰ্যন্ত ক্ষতিগ্ৰস্তসকলৰ প্ৰকৃত তথ্য দাঙি ধৰিব নোৱাৰিলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBaghjanTinsukia
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d