ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ।আজি কামৰূপ মহানগৰ প্ৰশাসনে মহানগৰীৰ কে’বাটাও স্থানত কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে। ইয়াৰ ভিতৰত মহানগৰীৰ সৰুমটৰীয়া,গাৰোবস্তি,পাঞ্জাবাৰীৰ নবজ্যোতি নগৰ,জু তিনিআলি,গেমচ ভিলেইজ,আহোমগাঁও,ভৰলুমুখৰ নাৰায়ণ নগৰ,ভঙাগড়ৰ শ্ৰীমন্তপুৰ,বীৰুবাৰীৰ উদয়পুৰ,পল্টনবজাৰৰ সোলাপাৰা,পল্টনবজাৰ,উলুবাৰী,মালিগাঁৱৰ বৰ্লপাৰা,পাণ্ডুৰ ল’ক’ ক’লনী,পাণ্ডুৰ জয়মতী নগৰ,আঠগাঁৱৰ SGৰোডৰ সাগৰ এপাৰ্টমেণ্ট,বামুনীমৈদামৰ আকাশীনগৰ,বামুনীমৈদামৰ বি পি চলিহা নগৰ,হেঙেৰাবাৰী,সৰুমটিয়াৰ এচ বি আইৰ গেষ্ট হাউচ আদি ঠাইৰ অঞ্চলসমূহ কনটেইনমেন্ট জ’ন কৰা হৈছে। এই ঠাইসমূহত কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে সকলো ধৰণৰ পৰিস্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিব লাগিব ৷
প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা
-
By publisher

- Categories: Assam, City, COVID-19, News
- Tags: ASSAM CORONA VIRUSContainment ZonesCorona Viruscovid19Guwahati
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026