- বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ৷
- মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেতাজনক।
- মৃত্যুৰ সময়ত সুশান্তৰ বয়স আছিল ৩৪ বছৰ ৷
- এতিয়ালৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷
- জনপ্ৰিয় টি ভি ধাৰাবাহিক পবিত্ৰ ৰিস্তাৰ জৰিয়তে দেশৰ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰা সুশান্তে বলীউডৰ বহুকেইখন ছবিত অভিনয় কৰিছিল।
বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা
-
By publisher
- Categories: News
- Tags: ActorBOLLYWOODSushant Singh Rajput
Related Content
Priyanka Gandhi Vadra :ৰায়বেৰেলীৰ এখন নিৰ্বাচনী সভাত মোডীক কটাক্ষ প্ৰিয়ংকা গান্ধী ভাদ্ৰা
By
publisher
May 17, 2024
Ex Minister Thaneswar Boro Passed Away:বৰ্ষীয়ান ৰাজনীতিক থানেশ্বৰ বড়োৰ দেহাৱসান
By
publisher
May 17, 2024
HOJ YATRA :উত্তৰ- পূৰ্বাঞ্চলৰ পৰা আৰম্ভ হ'ল পৱিত্ৰ হজ যাত্ৰা
By
publisher
May 16, 2024
Supreme Court Ruling On Illegal Citizens:অবৈধ নাগৰিক সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান
By
publisher
May 16, 2024
Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !
By
publisher
May 16, 2024