ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩,৯৪৩জনলৈ বৃদ্ধি

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৪৩ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ কৰ’নাত আক্ৰান্ত লোককেইজনৰ ভিতৰত ১৪ জন নগাঁৱৰ, ১০ জন গোলাঘাটৰ, ১০ জন কামৰূপৰ, ২ জন যোৰহাটৰ, ২ জন বাক্সাৰ, ২ জন চিৰাংৰ, ১ জন কাৰ্বি আংলংৰ, ১ জন ধেমাজিৰ আৰু ১ জন বঙাইগাঁওৰ।

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ১৮০৫ জন, চিকিৎসাধীন হৈ আছে ২১২৭ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮ জন ৷

 

Exit mobile version