ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪০৪৯ জনলৈ বৃদ্ধি

5c224734 1739 4352 b975 c484aff0a344

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ১০৬ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ৩২ জন নগাঁও,২৮ জন কামৰূপ,১৬ জন কামৰূপ,১৩ জন দৰং,১০ জন বৰপেটা,৩ জন কৰিমগঞ্জ,২ লখিমপুৰ,১ জন ধেমাজী,১ কাছাৰৰ ৷

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ১৯৬০ জন, চিকিৎসাধীন হৈ আছে ২০৭৮ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮ জন ৷

Exit mobile version