- বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা ৷
- মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেতাজনক।
- মৃত্যুৰ সময়ত সুশান্তৰ বয়স আছিল ৩৪ বছৰ ৷
- এতিয়ালৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷
- জনপ্ৰিয় টি ভি ধাৰাবাহিক পবিত্ৰ ৰিস্তাৰ জৰিয়তে দেশৰ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰা সুশান্তে বলীউডৰ বহুকেইখন ছবিত অভিনয় কৰিছিল।
ADVERTISEMENT