ক্ৰীড়া প্ৰেমীসকললৈ সুখবৰ ৷ অসম চৰকাৰে ধিং এক্সপ্ৰেছ হিমা দাসক ২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বটাঁৰ বাবে মনোনীত কৰিছে । কৰ’না ভাইৰাছ সন্ত্ৰাসৰ মাজতে এই খবৰে ধিঙৰ লগতে অসমলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷ ২০১৯ বৰ্ষত হিমাই পাঁচটা আন্তৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰিছিল ৷লগতে খেলত দেখুওৱা অভূতপূৰ্ব সাফল্যৰ কাৰণে ইতিমধ্যে হিমাক ভাৰত চৰকাৰে আগবঢ়াইছে অৰ্জুন বটাঁ ৷ উল্লেখযোগ্য যে হিমা দাসে ২০২১ চনত হ’ব লগা ট’কিঅ’ অলিম্পিকত অংশ ল’ব ৷ ট’কিঅ’ অলিম্পিক ২০২০ বৰ্ষতেই অনুষ্ঠিত হোৱা কথা আছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে বাতিল কৰা হয় ৷
২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বটাঁৰ কাৰণে মনোনীত ধিং এক্সপ্ৰেছ হিমা দাস
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ
By
publisher
February 22, 2025
Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়
By
publisher
February 22, 2025
USTM Chancellor Mohbubul Haque arrested:ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ
By
publisher
February 22, 2025