Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চুতীয়া জনগোষ্ঠীৰ বৰ্ণাঢ্য বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবৰ্ধন কৰিছে ” : সোণোৱাল

publisher by publisher
April 18, 2025
in Assam, News
Reading Time: 1 min read
0
চুতীয়া জনগোষ্ঠীৰ বৰ্ণাঢ্য বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবৰ্ধন কৰিছে ” : সোণোৱাল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সতী সাধনী দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে আজি তিনিচুকীয়া চহৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সমীপত বীৰাংগনা সতী সাধনীৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে আৰু এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰে।

ADVERTISEMENT

সদৌ তিনিচুকীয়া জিলা চুতীয়া জাতি সন্মিলন আৰু কেউটা ভাতৃ-ভগ্নী সংগঠনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে ঐতিহাসিক চুতীয়া পথাৰ বৰ্তমান তিনিচুকীয়া চহৰৰ মাজমজিয়াত চুতীয়া সাম্ৰাজ্যৰ শেষৰগৰাকী ৰাণী ‘বীৰাঙ্গনা সতী সাধনী’ৰ এই পূর্ণাংগ প্রতিমূর্তি উন্মোচন কৰা হয়।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “অসমৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত চুতীয়াসকল অন্যতম গুৰুত্বপূৰ্ণ আৰু শক্তিশালী জনগোষ্ঠী, যিয়ে সমৃদ্ধ ঐতিহ্য বহন কৰি জাতীয় জীৱনক সমৃদ্ধ কৰি আহিছে। বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ চুতীয়া জনগোষ্ঠী অসমৰ এটা অন্যতম প্রাচীন আৰু শক্তিশালী জনগোষ্ঠী। বৃহত্তৰ অসমীয়া সমাজৰ আৰ্থ-সামাজিক, সাংস্কৃতিক বিকাশত চুতীয়া জনগোষ্ঠীয়ে অভূতপূর্ব অৱদান আগবঢ়াই আহিছে৷ চুতীয়া জনগোষ্ঠীৰ বুৰঞ্জীয়ে অসম বুৰঞ্জীৰ শোভাবর্ধন কৰিছে। চুতীয়া সাম্ৰাজ্যৰ মহীয়সী ৰাণী সতী সাধনীয়ে অদম্য পৰাক্ৰম, বিচক্ষণতা আৰু অতুলনীয় ত্যাগেৰে অসমৰ ইতিহাসৰ পাতত চুতীয়া সাম্ৰাজ্যৰ যাউতিযুগীয়া অধ্যায়ৰ সূচনা কৰি থৈ গৈছে। স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে বীৰত্বেৰে যুঁজি সতী সাধনীয়ে নাৰীশক্তিৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছিল। আই অসমীৰ বীৰাংগনাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। সতী সাধনীৰ পৰাক্ৰম, আত্মবলিদান আৰু স্বদেশপ্ৰেমৰ কাহিনী প্ৰতিজন অসমীয়াৰ বাবে সাহস আৰু প্ৰেৰণাৰ যুগ-যুগান্তৰৰ উৎস হৈ থাকিব। তেখেতৰ আত্মমর্যাদা, দৃঢ় মনোবল আৰু অদম্য সাহসৰ কাহিনীয়ে সকলো প্ৰত্যাহ্বান নেওচি জীৱন যুঁজত জয়ী হ’বলৈ আমাক সদায়েই অনুপ্ৰেৰণা যোগাব। অসমৰ নাৰীৰ বীৰত্ব,স্বাভিমান, সাহসিকতা আৰু দেশপ্ৰেমৰ প্ৰতীক মহীয়সী ৰাণী সতী সাধনীৰ আদৰ্শ জীয়াই ৰাখি আমি সগৌৰৱে অসমীয়া জাতিক বিশ্বদৰবাৰত উজলাই তুলিব লাগিব। মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায়েই অসমৰ জাতি-জনগোষ্ঠীসমূহৰ বীৰগাথাক মহিমামণ্ডিত কৰি আহিছে। অসমৰ সমৃদ্ধ ইতিহাস ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যৰ এক অবিচ্ছেদ্য অংগ। ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সক্রিয় ভূমিকা পালনেৰে এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ সতী সাধনীৰ কৰ্মৰাজি আৰু বীৰগাথাই দেশবাসীক অনুপ্ৰেৰণা যোগাই যাব।”

অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ স’তে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা, তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানৰ উপৰি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ,তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, চুতীয়া উন্নয়ন পৰিষদৰ উপাধ্যক্ষ জ্যোতিপ্রসাদ চুতীয়া প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল আৰু স্থানীয় ৰাইজ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sarbananda Sonowal
publisher

publisher

Related Posts

বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে
Assam

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

September 29, 2026
বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d