ক্ৰীড়া প্ৰেমীসকললৈ সুখবৰ ৷ অসম চৰকাৰে ধিং এক্সপ্ৰেছ হিমা দাসক ২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেলৰত্ন বটাঁৰ বাবে মনোনীত কৰিছে । কৰ’না ভাইৰাছ সন্ত্ৰাসৰ মাজতে এই খবৰে ধিঙৰ লগতে অসমলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে ৷ ২০১৯ বৰ্ষত হিমাই পাঁচটা আন্তৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰিছিল ৷লগতে খেলত দেখুওৱা অভূতপূৰ্ব সাফল্যৰ কাৰণে ইতিমধ্যে হিমাক ভাৰত চৰকাৰে আগবঢ়াইছে অৰ্জুন বটাঁ ৷ উল্লেখযোগ্য যে হিমা দাসে ২০২১ চনত হ’ব লগা ট’কিঅ’ অলিম্পিকত অংশ ল’ব ৷ ট’কিঅ’ অলিম্পিক ২০২০ বৰ্ষতেই অনুষ্ঠিত হোৱা কথা আছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে বাতিল কৰা হয় ৷
২০২০ বৰ্ষৰ ৰাজীৱ গান্ধী খেল ৰত্ন বটাঁৰ কাৰণে মনোনীত ধিং এক্সপ্ৰেছ হিমা দাস
-
By publisher

Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
By
publisher
April 24, 2026