Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

publisher by publisher
April 24, 2026
in News, Assam
Reading Time: 1 min read
0
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

তামিলনাডুত নতুন যুগৰ সূচনা! 

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

দিনটোৰ ৰাশিফল

শিৱসাগৰ জিলাৰ দিখৌমুখ গোৱাল গাঁৱৰ জীয়ৰী আৰু সাপেখাটীৰ বোৱাৰী পূর্ণিমা শইকীয়াৰ জীৱনগাথা একেবাৰে সাধাৰণ নহয়। ই কেৱল সফলতাৰ কাহিনী নহয়- ই হৈছে দুখ, যন্ত্রণা, অপমান আৰু অসংখ্য নিদ্রাহীন ৰাতিৰ মাজেৰে গঢ় লৈ উঠা এক অদম্য শক্তিৰ কাহিনী। বিবাহৰ পাছত সাধাৰণ সপোনবোৰ লৈয়ে আৰম্ভ হৈছিল পূৰ্ণিমাৰ সংসাৰ জীৱন।

ADVERTISEMENT

কিন্তু ভাগ্যই যেন তেওঁলোকৰ বাবে আন এক পথ ঠিক কৰি ৰাখিছিল। বিয়াৰ কিছু বছৰৰ পাছত তেওঁলোকৰ জীৱনলৈ আহিল এগৰাকী কন্যা সন্তান, যি গৰাকী সন্তান বিশেষভাবে সক্ষম। সন্তানৰ আগমনে আনন্দ আনিলেও, তাৰ স’তে আহিল এক অবিৰাম দায়িত্ব আৰু মানসিক চাপ। দিনে-ৰাতিয়ে সন্তানটোৰ যত্ন ল’ব লগা হৈছিল। কেতিয়াবা ৰাতি শুবলৈও সময় নোপোৱা অৱস্থা।

সন্তানৰ কান্দোন, অসুস্থতা, যত্ন এইবোৰে যেন পূর্ণিমাক প্রায়েই ক্লান্ত কৰি পেলাইছিল। এগৰাকী মাতৃ হিচাপে সেই যন্ত্রণা কিমান গভীৰ, সেয়া শব্দৰে বৰ্ণনা কৰা কঠিন। তদুপৰি কেতিয়াবা সমাজৰ, ঘৰৰ কিছুমান লোকে কৰা তিৰস্কাৰ, লাঞ্ছনাই তেওঁৰ মনক আৰু অধিক আঘাত দিছিল।

এই সকলোবোৰৰ মাজতে স্বামী-স্ত্রী দুয়ো সন্তানৰ লগত ব্যস্ত থাকোতে সংসাৰৰ আর্থিক অবস্থাও লাহে লাহে অৱনতি হ’বলৈ ধৰিলে। আয়ৰ নিৰ্দিষ্ট উৎস নাছিল, খৰচ বাঢ়ি গৈছিল। এটা সময়ত পৰিস্থিতি এনে হৈ পৰিল যে দৈনন্দিন জীবন চলোৱাই কষ্টকৰ হৈ পৰিল।

সেই সময়তেই পূর্ণিমাই এক গুৰুত্বপূর্ণ সিদ্ধান্ত ল’লে যে “এইদৰে নহ’ব, কিবা এটা কৰিবই লাগিব।” ঘৰত থকা সামান্য মাটিখিনি ব্যৱহাৰ কৰি তেওঁ গ্রীণ টিৰ খেতি আৰম্ভ কৰিলে। আৰম্ভণিতে উৎসাহ আছিল, কিন্তু বাস্তৱত ইমান সহজ নাছিল। এই খেতিত সময়, যত্ন আৰু ধৈর্য বেছি প্রয়োজন। যিটো তেওঁ সন্তানৰ যত্নৰ স’তে একেলগে সামৰি তোলা কঠিন হৈ পৰিল। ফলত সেই ব্যৱসায়ত সঠিক লাভ নোপোৱাত, তেওঁ সেই পথ এৰি দিবলৈ বাধ্য হ’ল। কিন্তু পূর্ণিমাই হাৰ মনা নাছিল।

২০১৮ত তেওঁ মাত্র দুই কেজি কাঠফুলাবে নতুনকৈ আৰম্ভকৰিলে আন এক যাত্রা। আৰম্ভণিৰ দিনবোৰ সহজ নাছিল- কেতিয়াবা উৎপাদন ভাল নহ’ল, কেতিয়াবা বজাৰত সঠিক মূল্য নাপালে। বহু সময়ত লোকচানো সহ্য কৰিব লগা হৈছিল। কেতিয়াবা বিক্রী নোহোৱাকৈ থাকি যোৱা কাঠফুলা দেখিও মন ভাঙি গৈছিল। তেতিয়া ঘৰত আয়ৰ অন্য কোনো উৎস নথকা বাবে, এই ব্যবসায়টোরেই আছিল তেওঁলোকৰ একমাত্ৰ ভৰসা। তথাপি, ধৈর্য আৰু পৰিশ্ৰম এৰি নিদিলে পূর্ণিমাই। লাহে লাহে অভিজ্ঞতা বাঢ়িল, কৌশল শিকিলে। সাপেখাটী খণ্ড উন্নয়ন কাৰ্যালয়ত কাঠফুলাৰ প্রশিক্ষণ লৈ তেওঁ নিজৰ দক্ষতা উন্নত কৰিলে। এই যাত্রাত স্বামী দিগন্ত বৰগোহাঁইৰ সহায়ো তেওঁৰ বাবে এক শক্তিৰ উৎস-বিশেষকৈ কন্যাগৰাকীৰ যত্ন লোৱাৰ ক্ষেত্ৰত। সময়ৰ লগে লগে এই সৰু প্রচেষ্টাই ডাঙৰ ৰূপ ল’লে।

মাত্র দুই কেজিৰ পৰা আৰম্ভ হোৱা উৎপাদন আজিৰ দিনত ৪০ কেজি পর্যন্ত বিক্ৰী কৰিব পৰা অৱস্থালৈ গৈছে। যদিও এতিয়াও সমগ্র অসমত বজাৰ বিস্তাৰ হোৱা নাই, তথাপি উজনি অসমত তেওঁলোকৰ কাঠফুলাৰ যথেষ্ট চাহিদা আছে।আজি এই ব্যৱসায়েই পূৰ্ণিমাৰ ঘৰখনৰ একমাত্র স্থায়ী আয়ৰ উৎস। এই আয়ৰ জৰিয়তে তেওঁলোকে নিজৰ, সন্তানৰ যত্ন, চিকিৎসা আৰু দৈনন্দিন খৰচ সামৰি লৈছে। কেতিয়াবা আয় ভাল হয়, কেতিয়াবা কম, কিন্তু পূর্ণিমাই এতিয়া শিকি লৈছে কেনেকৈ এই উত্থান-পতনৰ মাজতো আগবাঢ়ি থাকিব লাগে। পাছলৈ তেওঁ ঘৰতে কেঁচুসাৰ প্ৰস্তুতৰ কামো আৰম্ভকৰে, যদিও কাঠফুলাৰ খেতিয়েই তেওঁলোকৰ জীৱনৰ মূল চালিকাশক্তি হৈ আছে।

তেওঁলোকৰ এই অদম্য প্রচেষ্টা আৰু সফলতাক সন্মান জনাই, সাপেখাটী খণ্ড উন্নয়নৰ ফালৰ পৰা পূর্ণিমাক “কৃষক সন্মান নিধি” বঁটাৰে সন্মানিত কৰা হয়। লগতে, তেওঁলোকৰ ব্যৱসায় অধিক আগবঢ়াবৰ বাবে অতি কম সুতত ৪০ হেজাৰ টকাৰ ঋণ প্ৰদান কৰা হয়, যাৰ সহায়ত তেওঁলোকে কাঠফুলাৰ খেৰ কটাৰ বাবে মেচিন কিনিবলৈ সক্ষম হয়।

পূৰ্ণিমাৰ জীৱনটো বুজিবলৈ হ’লে কেৱল এগৰাকী উদ্যোগীৰ ৰূপত নহয়, এগৰাকী মাতৃৰ দৃষ্টিৰেও চাব লাগিব। এগৰাকী বিশেষভাৱে সক্ষম সন্তানৰ মাতৃ হোৱা মানে প্রতিটো দিনেই এক নতুন যুঁজ। নিদ্রাহীন ৰাতি, মানসিক চাপ, শাৰীৰিক ক্লান্তি – এই সকলোবোৰ সহ্য কৰি, তেওঁ একেলগে ঘৰ আৰু ব্যৱসায় দুয়ো আগবঢ়াই লৈ গৈছে।

আজি পূর্ণিমা শইকীয়া কেৱল এগৰাকী উদ্যোগী নহয় তেওঁ এক প্ৰেৰণা। তেওঁ দেখুৱাই দিলে দুখে ভাঙি পেলাব পাৰে, কিন্তু দৃঢ় সংকল্প থাকিলে মানুহে নিজৰ জীৱন নিজেই গঢ়ি তুলিব পাৰে। পূৰ্ণিমাৰ দৰে নাৰীসকলেই প্রকৃততে শক্তিৰ প্ৰতীক যিসকলে নিজৰ যন্ত্রণাক শক্তিত পৰিণত কৰি জীৱন জিকি লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d