সোমবাৰে নিশা ভাৰতীয় সেনাবাহিনীৰ ওপৰত চীনা সৈন্যৰ ভয়ংকৰ আক্ৰমণত ২০ জন বিষয়া জোৱানে প্ৰাণ হেৰুওৱা ঘটনাই প্ৰতিজন ভাৰতীয়ক ব্যৰ্থিত কৰি তুলিছে ৷ দেশত ক্ৰমান্বয়ে চীনৰ বিৰুদ্ধে প্ৰতিবাদৰ মনোভাৱ গঢ় লৈ উঠিছে । চীনা সামগ্ৰী বৰ্জনৰ লগতে ধ্বংস কৰাৰ দাবী উঠিছে ৷ তাৰ মাজতে বৃস্পতিবাৰে মহানগৰীত ৰাষ্ট্ৰীয় বজৰং দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ যৌথ উদ্যোগত চীনৰ পতাকা দাহ আৰু চীনৰ ৰাষ্ট্ৰ প্ৰধান জিন পিঙৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে | লগতে প্ৰতিবাদকাৰীসকলে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ দাবী উত্থাপন কৰে |
মহানগৰীত জ্বলিল চীনৰ পতাকা, ৰাষ্ট্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি
-
By publisher

- Categories: Assam, News
- Tags: AssamGuwahatiProtest Against Chaina
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026