বিশ্ব কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যমণ্ডিত শুক্লেশ্বৰ দেৱলয়ত প্ৰতিবছৰে জুলাই মাহত অনুষ্ঠিত হৈ অহা বল’বমৰ সকলো কাৰ্য্যসূচী এইবৰ্ষত বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে | বৃস্পতিবাৰে পানবজাৰস্থিত শুক্লেশ্বৰ দেৱালয়ৰ প্ৰাংগনত অনুষ্ঠিত এক সংবাদ মেলত মন্দিৰ পৰিচলনা সমিতিৰ কাৰ্য্যকৰী সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই এই কথা সদৰী কৰে ৷ তেওঁ কয় যে বল’বমৰ সময়ত শুক্লেশ্বৰ দেৱালয়, বশিষ্ঠ দেৱালয়, জনাৰ্দ্দন দেৱালয় আৰু বানেশ্বৰ দেৱালয়ত বহু ভক্তৰ সমাগম হয় ৷ সেই বাবেই আটাইকেইখন দেৱালয়ৰ সমিতিয়ে আলোচনা কৰি কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বল’বমৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷
শুক্লেশ্বৰ দেৱালয়, বশিষ্ট দেৱালয়, জনাৰ্দন দেৱালয়, বানেশ্বৰ দেৱালয়ত কৰ’নাৰ বাবে অনুষ্ঠিত নহয় ব’লবমৰ অনুষ্ঠান
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamASSAM FIGHTS COVID-19Covid-19LOCKDOWN_ASSAM
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026