অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদে ৰাজ্যজুৰি অনুষ্টুপীয়াকৈ উদযাপন কৰিব । শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে সামাজিক দূৰত্ব ৰক্ষা কৰি বিষ্ণু ৰাভা দিৱস উদযাপন কৰিবলৈ কেন্দ্ৰীয় সমিতিয়ে অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদক দায়িত্ব অৰ্পণ কৰে ।
অনুষ্টুপীয়াকৈ বিষ্ণু ৰাভা দিৱস উদযাপনৰ সিদ্ধান্ত
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026