- ৰাজ্যত পাঁচ হেজাৰলৈ অতিক্ৰম কৰিলে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৷
- টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মাই ৷
- আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈছে ৩০৬৬ জন ৷
- সম্প্ৰতি ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ১৯২৮ জন ৷
- আনহাতে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯ জনৰ ৷
- ইপিনে ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৷ স্বাস্থ্য বিভাগে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কৰ’নাৰ সংক্ৰমণৰ আশংকা কৰিছে। লগতে আৰম্ভ হৈছে বিভিন্ন লোকসকল “স্বাব” পৰীক্ষা।
ADVERTISEMENT