Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

    সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

    বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assamese Movie Bhut Jalakia:গ্ৰীন গ্ৰাছ ফিল্মছৰ দী দী এন্টাৰটাইনমেন্টৰ বেনাৰত ২৭ ছেপ্তেম্বৰত মুকলি হ’ব এখন থ্ৰীলাৰধৰ্মী অসমীয়া চিনেমা ‘ভূত জলকীয়া ‘

samimsultana by samimsultana
September 25, 2024
in Assam, Entertainment, News
Reading Time: 1 min read
0
Assamese Movie Bhut Jalakia:গ্ৰীন গ্ৰাছ ফিল্মছৰ দী দী এন্টাৰটাইনমেন্টৰ বেনাৰত ২৭ ছেপ্তেম্বৰত মুকলি হ’ব এখন থ্ৰীলাৰধৰ্মী অসমীয়া চিনেমা ‘ভূত জলকীয়া ‘
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Roi Roi Binale:বছৰৰ প্ৰথম দিনটোত জুবিনৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

‘ৰৈ ৰৈ বিনালে’ত আন্তঃৰাষ্ট্ৰীয় পাইৰেচী চক্ৰৰো হাতোৰা

Bongaigaon:জুবিন গাৰ্গৰ অন্তিম খন কথাছবি’ ৰৈ ৰৈ বিনালে’ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সহাৰী

Assamese Movie Bhut Jalakia:

গ্ৰীন গ্ৰাছ ফিল্মছৰ দী দী এন্টাৰটাইনমেন্টৰ বেনাৰত ২৭ ছেপ্তেম্বৰত মুকলি হ’ব এখন থ্ৰীলাৰধৰ্মী অসমীয়া চিনেমা ‘ভূত জলকীয়া ‘ ৷ চলচ্চিত্ৰ খনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ চিন্ময় শৰ্মাৰ। ১ঘন্টা ৩০ মিনিট দৈঘ্যৰ চিনেমা খনৰ কাহিনী ভাগ ভাগ আগবাঢ়ে জীৱন আৰু মাইনু নামৰ দুজন মানুহে কৰা এটা ৰোমাঞ্চকৰ যাত্ৰাক লৈ, যত তেওঁলোক দুজনৰে জীৱনৰ এটা কলা অধ্যায় আছে, এটা কলা অতীত । এনেকুৱা এটা অতীত যাৰ কাৰণে অসম আজিও দাগী ।

ADVERTISEMENT

চিনেমাখনত জীৱনৰ চৰিত্ৰত অভিনয় কৰিছে মিন্টু বৰুৱাই আৰু মাইনুৰ চৰিত্ৰটো ৰূপায়ন কৰিছে অতনু মহন্তই । লগতে অভিনয় কৰিছে ত্ৰিবেণী গগৈ, ভায়লীনা বৰদলৈ, অদৃতা পৰসা মহন্ত, জয়শ্ৰী ভূঞা, তাৰুলতা দাস, দ্বীপ কুমাৰ কলিতা আৰু বিশাল ওজাই । লগতে আছে নয়ন বৰদলৈ, ৰাজতিলক ডেকা, গৌতম পাঠক, জয়শ্ৰী ভূঞা, ভূপেন শৰ্মা, বৰ্ণালী কাকতি, ভাৰ্গৱ বৰা, ঋণজুমনি নেওগ আৰু খঞ্জন ভট্টাচাৰ্য । অৰুণাচলৰ মনোমোহা টিপি, জামুগুৰি আৰু তেজপুৰত চিনেমাখনৰ দৃশ্যগ্ৰহন কৰা হৈছে । চিনেমাখনৰ ৪ তা গান আছে আৰু গানকেইটাৰ সংগীত কৰিছে ক্ৰমে শুভ দাস, দা জেমিং বাদিছ আৰু অপৰাজিত শ্ৰীছ । অপৰাজিত চিনেমাখনৰ আৱহ সংগীতৰ দায়িত্বতও আছে । গান কেইটাত কণ্ঠদান কৰিছে ৰূপম ভূঞা, ঋষি বৰা, উদ্দীপনা গোস্বামী, অলিম্পন চৌধুৰী আৰু আকাশদ্বীপ বাউটি ।

চিনেমাখনৰ কাৰিকৰী দিশত পাপু ডেকা চিনেমাটোগ্ৰাফিৰ দায়িত্বত আছে । শব্দ সজ্জা কৰিছে দেৱজিত গায়নে । লোকেচন চাউণ্ড কৰিছে দিকি শইকীয়া আৰু ৰাজতিলক ডেকা । সম্পাদনা কৰিছে হিৰক জ্যোতি পাঠকে । দি আই কৰিছে ৰতন শিল শৰ্মাই । চিনেমাখনৰ পোষ্টাৰ ডিজাইন কৰিছে তন্ময় কাকতি , মাৰ্কেটিংৰ দায়িত্বত আছে প্ৰিয়ংকা বৰুৱা । অনলাইন এডিটিং ভাস্কৰ ভূঞাৰ ।

চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য চিন্ময় শৰ্মাৰ । ডাইলগ লিখিছে নীল বৰ্মন আৰু চিন্ময় শৰ্মাই । পৰিচালক চিন্ময়ৰ এইখন দ্বিতীয় খন পূৰ্ণদৈৰ্ঘৰ ছবি । ইয়াৰ আগতে তেওঁ ৰীল ড্ৰামাৰ কাৰণে “এজনী ছোৱালী” বুলি এখন চিনেমা ৰচনা আৰু পৰিচালনা কৰিছে । ইয়াৰ আগতে “ককাইদেউ বিন্দাচ” বুলি এখন চিনেমাৰ তেওঁ কাহিনী আৰু চিত্ৰনাট্য লিখিছিল । চিনেমাখনৰ সহ পৰিচালক নীল বৰ্মন আৰু পৰিচালনা টিমত আছে কিশালয় বুজৰবৰুৱা, নয়ন বৰদলৈ আৰু নীতিশ কাশ্যপ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assamese MovieBhut JalakiaReleased On 27 sEPTEMBER
samimsultana

samimsultana

Related Posts

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে
Assam

পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

September 26, 2026
মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ
Assam

মহানগৰীৰ হোমষ্টেত যুৱতীৰ মৃতদেহ উদ্ধাৰ

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ
International

সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

September 26, 2026
বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d