Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tech

Smartglasses are coming:আহি আছে স্মার্টগ্লাছ! অতীত হোৱাৰ পথত ম’বাইল-স্মার্টফোন

বৃহৎ পৰিৱৰ্তনৰ দিশে বিশ্বৰ প্ৰযুক্তি ভূচিত্র

publisher by publisher
November 16, 2024
in Tech
Reading Time: 2 mins read
0
Smartglasses are coming:আহি আছে স্মার্টগ্লাছ! অতীত হোৱাৰ পথত ম’বাইল-স্মার্টফোন
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Smartglasses are coming:

দুচকুত পৰিধান কৰি থকা চছমাযোৰেই কাম কৰি আপুনি হাতত ৰখা ম’বাইল অথবা স্মার্টফোনটোৰ কাম। সকলো ঠিকে ঠাকে থাকিলে এনে এক অৱস্থালৈ অধিক দিন অপেক্ষা কৰাৰ প্ৰয়োজন নহ’ব। অবৱশ্যে এই চচ্ছমা সাধাৰণ চচ্ছনা নহয়, এই চছমা হ’ব অত্যাধুনিক প্রযুক্তি সম্বলিত চছমা, যাক স্মার্টগ্লাছ বুলি কোৱা হয়।

ADVERTISEMENT

কোৱা নিষ্প্রয়োজন যে বিগত কিছু বছৰত বিশ্বৰ প্রযুক্তিক্ষেত্ৰৰ অভূতপূর্ব উন্নতি সাধন হয় আজি কোনো দুর্গম প্রান্তত থাকিও এজন ব্যক্তিয়ে সামাজিক মাধ্যম ব্যৱহাৰৰ যি সুবিধা লাভ কৰিছে সেয়া হৈছে প্রযুক্তিৰ চমকপ্রদ উত্তৰণৰ ফল। অর্থাৎ বিগত কিছু বছৰত বিশ্বৰ প্রযুক্তি ভূচিত্ৰৰ অভিনৱ পৰিৱৰ্তন সাধন হয়। এই পৰিৱৰ্তন বর্তমানেও অব্যাহত আছে।

এনে পৰিৱৰ্তনক অধিক মাত্ৰা দি ফেচবুকৰ মালিকানাধীন প্রতিষ্ঠান ‘মেটা’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কার্যবাহী বিষয়া মার্ক জুকাৰবাৰ্গে সম্প্রতি ঘোষণা কৰিছে যে তেওঁলোকে স্মার্টগ্লাছ উদ্ভাৱনৰ দিশে অগ্ৰসৰ হৈছে। এই ক্ষেত্ৰত তেওঁলোক সফল হ’লেই ম’বাইল ফোন বা স্মার্টফোনৰ প্ৰয়োজন নোহোৱা হ’ব। অর্থাৎ হাতত ৰখা ম’বাইল অথবা স্মার্টফোনটোৰ কাম চকুত পৰিধান কৰি থকা চছমাযোৰেই সম্পন্ন কৰিব।

এই সম্পৰ্কত জুকাৰবাৰ্গে কয় যে এই স্মার্টগ্লাছ হ’ব পৰৱৰ্তী বৃহৎ কম্পিউটিং প্লেটফর্ম। অর্থাৎ অত্যাধুনিক প্রযুক্তিযুক্ত হ’ব এই স্মার্টগ্লাছ। অৱশ্যে ইয়াৰ পূৰ্বেও মেটাৰ প্ৰতিষ্ঠাপক জুকাৰবাৰ্গে স্মার্টফোনৰ স্থান ল’ব পৰা স্মার্টৱাটছ উৎপাদনৰ লক্ষ্য লৈছিল। অৱশ্যে এই ক্ষেত্ৰত তেওঁ সফল নহ’ল। তৎসত্ত্বেও তেওঁ স্মার্টফোনৰ বিকল্প উদ্ভাৱনৰ চেষ্টা ত্যাগ কৰা নাই। ইয়াৰ অংশ স্বৰূপে তেওঁ স্মাৰ্টগ্লাছ উদ্ভাৱনৰ লক্ষ্য লৈছে।

লক্ষ্যণীয় যে কম্পিউটাৰৰ উদ্ভাৱনেই আছিল এক বৃহৎ প্রযুক্তি বিপ্লব। তাৰ পাছতে অহা আন এক বৃহৎ প্রযুক্তিগত সফল বিপ্লৱ হ’ল ম’বাইল ফোনৰ উদ্ভাৱন। যদিহে জুকাৰবাৰ্গৰ পৰিকল্পনা সফল হয় তেন্তে ম’বাইল ফোন বিপ্লৱ অতীত হোৱাৰ সম্ভাৱনা প্ৰৱল। তাৰ ঠাই ল’ব স্মার্টগ্লাছে।

এই সম্পর্কত মেটাৰ প্ৰতিষ্ঠাপকজনে লগতে কয়, ‘এনে এক সময় আহিব যেতিয়া আপুনি জেপৰ পৰা স্মার্টফোনটো উলিওৱাৰ প্রয়োজন নহ’ব। সেই সময়ত আপুনি পৰিধান কৰা চছমাযোৰে (স্মার্টগ্লাছ)ই স্মার্টফোনৰ কাম কৰিব। মই ভাবো যে ২০৩০ৰ দশকত আপুনি এনে অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ’ব।’

লক্ষ্যণীয় যে কেৱল জুকাৰবাৰ্গে নহয়, বিশ্বৰ আন এক শীর্ষ প্রযুক্তি প্রতিষ্ঠান এপেলেও স্মার্টগ্লাছ উদ্ভাৱনৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে দুয়োটা প্রতিষ্ঠান এই ক্ষেত্ৰত অগ্রসৰো হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mark zuckerborg AnnouncedSmartglasses are coming
publisher

publisher

Related Posts

আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

September 9, 2026
২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি
News

২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

September 8, 2026
Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প
Flood

August 29, 2026
বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী
Tech

বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

February 2, 2026
আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?
Tech

আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

January 15, 2026
বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন
Tech

বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

January 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d