এহাতে ভাৰত চীনৰ বিবাদ আৰু আনহাতে আৰম্ভ হৈছে শাসক বিৰোধীৰ বাকযুদ্ধ। ডঃ মনমোহন সিঙৰ দলে 43,000 কিলোমিটাৰ ভাৰতীয় ভূমি চীনাক সমৰ্পন কৰিছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাডাই কংগ্ৰেছ আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙক এইদৰে চোকা সমালোচনা কৰে।
ADVERTISEMENT
Dr. Manmohan Singh belongs to the same party which:
Helplessly surrendered over 43,000 KM of Indian territory to the Chinese!
During the UPA years saw abject strategic and territorial surrender without a fight.
Time and again belittles our forces.
— Jagat Prakash Nadda (Modi Ka Parivar) (@JPNadda) June 22, 2020