- কৰ’না ভাইৰাছত আক্ৰান্ত বেংক কৰ্মচাৰী কেইজন হ’ল ভাৰতীয় ষ্টেট বেংকৰ শীৰ্ষ বিষয়া বিজয় শংকৰ দাস, ফেন্সি বজাৰৰ ফিল্ড অফিচাৰ চুমিতা ভৰালী, নিউ গুৱাহাটী ব্ৰাঞ্চৰ নিভা দলৈ ৷
- খানাপাৰাস্থিত ভাৰতীয় ষ্টেট বেংকৰ এজন কৰ্মচাৰীৰ দেহতো পোৱা গৈছে কৰ’না ভাইৰাছ ৷
- সম্প্ৰতি কৰ’নাৰ ত্ৰাসে জনসাধাৰণৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে ৷
- সেয়েহে গণ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গুৱাহাটীৰ ১১ টা ৱাৰ্ডত দিয়া হৈছে তলাবন্ধ ৷
ADVERTISEMENT