কলা শাখাত শীর্ষ ১০টা স্থানত মুঠ ৪৪ গৰাকী শিক্ষাৰ্থী
* ৪৮১ নম্বৰে প্ৰথম স্থানত ক্ৰমে পূবালী ডেকা- পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় , দৰং আৰু শ্রদ্ধা বৰগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।
* ৪৭৭ নম্বৰেৰে ২য় স্থানত ক্ৰমে কাশ্মীৰ দাস, বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অনিশা কাশ্যপ, গোলাঘাট জাতীয় বিদ্যাপীঠ মহাবিদ্যালয় আৰু চাইমা আব্দুল সাঁচিব, উচ্চতৰ মাধ্যমিক বিদ্যালয়, হোজাই।
* ৪৭৩ নম্বৰ লাভেৰে তৃতীয় স্থানত ক্ৰমে ফাৰহানুৰ ৰহমান, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, ময়ুৰীকা ডেকা, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ,দৰং, সংগীত দাস, প্ৰাগ মেট্ৰিক একাডেমী জুনিয়ৰ কলেজ, কামৰূপ(গ্রাম্য) ,পলি বৰা-কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও, প্ৰিয়াক্ষী বৰা-ৰামানুজন জুনিয়ৰ কলেজ নগাঁও আৰু মৌমিতা কোঁৱৰ, ৰামেশ্বৰ ধানোৱাৰ জুনিয় কলেজ ,ডিগবৈ।
* ৪৭২নম্বৰেৰে চতুৰ্থ স্থানত ক্ৰমে মানসী চহৰীয়া, ব্ৰিলিয়েণ্ট একাডেমী, দৰং, দেৱাশ্ৰী বৰা, কটন বিশ্ববিদ্যালয় কামৰূপ, তুহিৰা জামান, মাধৱ দেৱ জুনিয়ৰ কলেজ নগাঁও, জুলি বৈশ্য, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।
* ৪৭১নম্বৰেৰে পঞ্চম স্থানত ক্ৰমে শৰৎ শইকীয়া, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধেমাজি, সম্পূৰ্না বাৎস্বয়া, অসম জাতীয় বিদ্যালয়ৰ কামৰূপ(ম), কাবেৰী কোঁচ, ৰামানুজন জুনিয়ৰ কলেজ আৰু মালবিকা ভৰদ্বাজ, পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, নলবাৰী।
* ৪৭০ নম্বৰেৰে ষষ্ঠ স্থানত ক্ৰমে ভাৰ্গব ফুকন, ক্ৰিচেণ্ট একাডেমী যোৰহাট, স্বাগতা দত্ত, জিনিয়াছ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ আৰু হৰ্ষীতা বৰঠাকুৰ, কলংপাৰ বিদ্যাপীঠ জুনিয়ৰ কলেজ, নগাঁও।
*৪৬৯নম্বৰেৰে সপ্তম স্থানত আছে অৱন্তী ৰয় বি এন কলেজ, ধুবুৰী, আন্নাশ্ৰী মহন্ত, ছল্টব্ৰুক একাডেমী , ডিব্ৰুগড়,অমিতেজ নাথ, গোলঘাট জাতীয় মহাবিদ্যালয়, দিব্য প্ৰতিম বৰা, আজাদ একাডেমী জুনিয়ৰ কলেজ, লখিমপুৰ, উদিতা ইশানী কাকতি, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও,শতাব্দী পূজাৰী, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও, প্ৰিয়াংশ্ৰী গোস্বামী, ৰেনিচেন্স জুনিয়ৰ কলেজ, নগাঁও আৰু পৰিনীত বুজৰবৰুৱা, আচাম ভেলি একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।
*৪৬৮ নম্বৰেৰে অষ্টম স্থানত অলিস্মিতা শৰণীয়া, কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ, বৰপেটা, ডেইজী নাথ, ব্ৰুডশ একাডেমী জুনিয়ৰ কলেজ, বৰপেটা, আফ্ৰিন ইছলাম, এচ টি সাভাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড় আৰু প্ৰাপ্তি বৰুৱা, ফৰকাটিং জুনিয়ৰ কলেজ গোলাঘাট।
* ৪৬৭ নম্বৰেৰে নৱম স্থানত ক্ৰমে অজস্ৰোতা বশিষ্ঠ গোস্বামী, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঙাইগাঁও, এ’পল কাশ্যপ, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ যোৰহাট আৰু নম্ৰতা বৰুৱা, ৰামানুজন জুনিয় কলেজ, নগাঁও।
* ৪৬৬ নম্বৰে দশম স্থানত ক্ৰমে চন্দ্ৰীকা কলিতা, কৃষ্ণকান্ত সন্দিকৈ জুনিয় কলেজ, বৰপেটা, অংকিতা ভূঞা, কিৰণ একাডেমী জুনিয় কলিজা, ধেমাজি, কৃষ্ণাৱালা দাস হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধুবুৰী, শুভাকাংশী আট্ৰেয়, ক্ৰীছেন্ট একাডেমী, যোৰহাট, চাহাব উদ্দিন, লালোক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মমিনা আষতা, লুইত একাডেমী জুনিয়ৰ কলেজ, নলবাৰী।