বিজ্ঞান শাখাৰ শীর্ষ ১০ টা স্থানত মুঠ ২৫ জন শিক্ষাৰ্থী।
* ৪৮৬ নম্বৰেৰে প্ৰথম স্থানত অবিনাশ কলিতা,আনন্দৰাম বৰুৱা একাডেমি, বৰপেটাৰ ।
* ৪৮২ নম্বৰে দ্বিতীয় স্থানত নিয়েমা ফিৰোদশ, কনচেপ্ট জুনিয়ৰ কলেজ নগাঁও।
* ৪৮১ নম্বৰেৰে তৃতীয় স্থানত প্ৰিটপল বেজবৰুৱা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ (ম)।
* ৪৭৯ নম্বৰেৰে চতুৰ্থ স্থানত ক্ৰমে নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমি বৰপেটা আৰু সাগৰ গোৱালা, ৰামানুজ জুনিয়ৰ কলেজ নগাঁও।
*৪৭৮ নম্বৰেৰে পঞ্চম স্থানত আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।
* ৪৭৭ নম্বৰেৰে ষষ্ঠ স্থানত ক্ৰমে অৰ্জুন বৰগোঁহাই, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়, আয়োশী কাব্ৰা, চাইবিকাশ জুনিয়ৰ কলেজ, কামৰূপ(ম) আৰু বিৰেনজিৎ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।
*৪৭৬ নম্বৰেৰে সপ্তম স্থানত ক্ৰমে সুভাশীষ ভৌমিক -গোৱালপাৰা কলেজ, অম্লান জ্যোতি পেগু আৰু সবনম গুঞ্জন বৰুৱা ৰামানুজন জুনিয়ৰ কলেজ- নগাঁও, বিভাশ কাফলে আৰু অংশুমালি শৰ্মা তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ।
* ৪৭৫ নম্বৰেৰে অষ্টম স্থানত ক্ৰমে মনিৰুল ইছলাম, চিনময় নাথ, আমিসা সিং আৰু হিমাঞ্জলি বুঢ়াগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।
* ৪৭৪ নম্বৰেৰে নৱম স্থানত ক্ৰমে আসিফা নাজিন লস্কৰ, মাৰায়াম আজমল মহিলা কলেজ চাইন্স অফ টেকন’লজি হোজাই, উৎপল ৰাজ কেম্প্ৰায়, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও আৰু শিৱানুজ বৰকটকী অৰুণোদয় একাডেমি শিৱসাগৰ।
* ৪৭৩ নম্বৰেৰে দশম স্থানত ক্ৰমে কুনাল তালুকদাৰ-আনন্দৰাম বৰুৱা একাডেমি- বৰপেটা,অভিজিত চৌধুৰী-কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ বৰপেটা, ইফটিকা আহমেদ আৰু অংকিতা শইকীয়া ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।