Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শোণিতপুৰত কৰ’নাৰ সংক্ৰমণ অব্যাহত

publisher by publisher
June 26, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভাইৰাছত সংক্ৰমণ বৃদ্ধি
2
SHARES
17
VIEWS
ShareShareShareShare

শোণিতপুৰ জিলা ক’ভিড-১৯ৰ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী কৰ’নাত আক্ৰান্ত লেবৰেটৰী সহায়ক ইক্ৰামুল হুছেইনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই । স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশত আজি তেজপুৰত উপস্থিত হৈ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহকাৰী লেব সহায়ক ইক্ৰামুল হুছেইনৰ অসাৱধানতাৰ বাবেই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৩৩ জন স্বাস্থ্যকৰ্মী কৰ’নাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে ইক্ৰামূলক তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ স্বাস্থ্য বিভাগে নিলম্বিত কৰাৰ লগতে শোণিতপুৰৰ উপায়ুক্তক ইক্ৰামূলৰ বিৰুদ্ধে অপৰাধজনিত গোছৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলিও কয় মন্ত্ৰীজনে। উল্লেখযোগ্য যে তেজপুৰ চিকিৎসা মহাবিদ্যালয় লেব এটেনন্ডেট ইক্ৰামূলে ছয় জুনৰ পৰা ১২জুনলৈ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড ৱাৰ্ডত কাম কৰাৰ পিছত স্বাস্থ্য বিভাগৰ ক’ভিড-১৯ৰ গাইড লাইন অনুসৰি স্বাৱ টেষ্ট কৰি হোম কোৱাৰেন্টাইনত থাকিব লাগিছিল ।

ADVERTISEMENT

কিন্তু ইক্ৰামূলে উক্ত গাইড লাইন অমান্য কৰি স্বাব টেষ্ট নকৰাকৈ ঘৰলৈ যায় আৰু পৰৱৰ্ত্তী সময়ত চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংককে ধৰি লেবৰেটৰীৰো বিভিন্ন জনৰ লগত সম্পৰ্ক কৰে। পিছত ইক্ৰামূলৰ কৰ্ম-কাণ্ড মহাবিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত ১৭জুনত ইক্ৰামূলৰ স্বাব টেষ্ট কৰাৰ পিছত ২০জুনত ইক্ৰামূল ক’ভিড পজিটিভ বুলি চিনাক্ত হয় ৷ ইয়াৰ পিছতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত হাহাকাৰ লাগে । লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনিৰ ক’ভিড পৰীক্ষাগাৰৰ কৰ্মচাৰী, ব্লাড বেঙ্ক, চিকিৎসক, স্বাস্থ্য কৰ্মীৰ স্বাব সংগ্ৰহ কৰাত বৰ্তমানলৈকে ৩৩গৰাকী ক’ভিড পজিটিভ চিনাক্ত হোৱাত হাহাকাৰ লাগিছে ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

আজি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বৰছলাৰ বিধায়ক গণেশ লিম্বু আৰু ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘল সহ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, ডি আৰ এলৰ পৰীক্ষাগাৰ, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লগতে তেজপুৰক ক’ভিডৰ গণ সংক্ৰমনৰ পৰা ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি অহা দুমাহৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কোনো চিকিৎসক বা চিকিৎসা কৰ্মীয়ে ব্যক্তিগত চিকিৎসালয় তথা চিকিৎসা প্ৰতিষ্ঠানত কাম কৰিব নোৱাৰিব বুলিও কয় ৷

ইপিনে, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰু এগৰাকী চিকিৎসক হিমৎ সিং ৰাথোৰ কৰ’নাত আক্ৰান্ত হৈছে ৷ তেজপুৰৰ ঘৰপৰা চুবুৰীত ভাৰাঘৰত থকা চিকিৎসক গৰাকীক যোৱা নিশাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইপিনে তেজপুৰ পৰোৱাৰ ক’ভিড হস্পিতালৰ লেবৰেটৰীৰ কৰ্মচাৰী ফাইজুৰ ৰহমান আৰু বহি:ৰাজ্যৰ পৰা শোণিতপুৰলৈ অহা আন দুজন যুৱকৰ দেহত কৰ’নাৰ সংক্ৰমণ ঘটিছে ৷ কেৰেলাৰ পৰা অহা যুৱকদ্বয় বালিপৰা গুডামঘাটৰ আব্দুল জলিল আৰু গটাইমাৰীৰ চাফিকুল আলিৰ উপৰি আন এজন ব্যক্তি আনন্দ দাসো কৰ’নাত আক্ৰান্ত হৈছে ৷ ইয়াৰে ভিতৰত চফিকুল টি এইচ বি কলেজত কোৱাৰেন্টাইনত থকাৰ বিপৰীতে আব্দুল ব্যস্ত আছিল কৃষিকাৰ্যত ৷ আজি বিয়লি পৰ্যন্ত শোণিতপুৰত কৰ’না আক্ৰান্তৰ সংখ্যা ৩০৭জনলৈ বৃদ্ধি পালে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCORONAVIRUSSonitpur
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d