শেহতীয়াভাৱে নেপট’জিম অৰ্থাৎ স্বজন-তোষণৰ বিতৰ্কৰ সতে সাঙুৰ খোৱা বলিউডৰ আগশাৰীৰ চলচ্চিত্ৰ নির্মাতা নিৰ্দেশক কৰণ জোহৰে মুম্বাইৰ একাডেমি অৱ দ্য মুভিং ইমেজৰ বৰ্ডৰ পৰা পদত্যাগ কৰিব। মুম্বাই ফিল্ম ফেষ্টিভেল (মামি)ৰ বৰ্ডৰ পৰা কৰণে পদত্যাগ কৰাৰ কথা বৰ্ডৰ পৰিচালক স্মৃতি কিৰণে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। প্ৰকাশিত বাতৰি অনুসৰি ছ’চিয়েল মিডিয়াত শেহতীয়াভাৱে যথেষ্ট সমালোচনাৰ সন্মুখীন হোৱাৰ পৰিণতিতে কৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিলে। অৱশ্যে জনপ্ৰিয় চলচিত্ৰ নির্মাতাজনে তেওঁৰ পদত্যাগৰ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই।
মুম্বাই চলচ্চিত্ৰ মহোৎসৱৰ ব’ৰ্ডৰ পৰা পদত্যাগ কৰণৰ
-
By publisher

- Categories: Entertainment, News
- Tags: Bollywood NewsKaran Johar
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026