কৰ’না প্ৰতিৰোধৰ কাৰণে মহানগৰীত দেওবাৰে নিশা ১২ বজাৰ পৰা তলাবন্ধৰ ঘোষণা কৰিছে চৰকাৰে ৷ সেই সময়তে মহানগৰীত দেখিবলৈ পোৱা গৈছে আলু পিয়াঁজৰ নাটনি । ইফালে তলাবন্ধৰ সুৰুঙাতে মূল্যবৃদ্ধিৰ পাহাৰ গঢ়ি উঠিছে মহানগৰীত ৷ আজি গণেশগুৰিত আদা-নহৰুত ২৪০ টকা, স্কোৱাছত ১২০ টকা, বিলাহী ১১০, ভেণ্ডি ১০০ টকা, ভাত কেৰেলা ১২০, পটল ১২০ টকা, বেঙেনা ৮০ টকা, নেমু যোৰা ১০ টকা আৰু বন্ধাকবি ১১০ টকালৈ বৃদ্ধি পালে ৷ সম্প্ৰতি বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত কি ব্যৱস্থা লয় সেইয়া হ’ব লক্ষ্যণীয় ৷
সোমবাৰৰ পৰা তলাবন্ধ
-
By publisher

Related Content
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
By
publisher
April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
By
publisher
April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম'ৰেল পুলিচিঙৰ ঘটনা
By
publisher
April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
By
publisher
April 24, 2026