গুৱাহাটীৰ কাছাৰীৰ চি জি এম কৰ্টত সম্প্ৰতি কৰ’নাতংক ই দেখা দিছে।শনিবাৰে কৰ্টখনৰ গজেন দাস নামৰ পিয়ন এগৰাকীৰ দেহত মাৰাত্মক কৰ’নাৰ উপস্থিতি ধৰা পৰিছে।পিয়ন গৰাকীৰ সংস্পৰ্শলৈ লৈ অহা ভালেকেইজন লোক সম্প্ৰতি কোৱাৰেণ্টাইন হব পাৰে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ ।
চি জি এম কৰ্টত কৰ’নাতংক
-
By publisher

- Categories: Assam, City, COVID-19, News
- Tags: Corona Viruscovid19Guwahati CJM CourtLockdown
Related Content
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
By
publisher
April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া
By
publisher
April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:'বিকাজী'ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
By
publisher
April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
By
publisher
April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
By
publisher
April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
By
publisher
April 24, 2026