শেহতীয়াকৈ ভাৰতত আৰু চীন সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে সোমবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে ৫৯টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিলে। ইয়াৰ ভিতৰত আছে জনিপ্ৰয় ‘টিক ট’ক’ আৰু ইউ চি ব্ৰাউজাৰ। কোৱা হৈছে যে, ‘তথ্য আৰু প্ৰযুক্তিৰ মন্ত্ৰণালয়ে জৰুৰীভাৱে উদ্ভৱ হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ৫৯ টা চীনা এপ ব্লক কৰাৰ সিদ্ধান্ত লৈছে। তথ্য অনুসৰি এই এপসমূহে দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি,প্ৰতিৰক্ষা,ৰাজ্যৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাৰ প্ৰতি ক্ষতিকাৰক কাম-কাজ কৰি আছিল। উল্লেখ্য যে দেশৰ তৰুণ চামৰ মাজত জনপ্ৰিয় ‘টিক ট’ক’ৰ সৰ্বাধিক ব্যৱহাৰকাৰী আছিল দেশত। ইয়াৰ পাছতে স্থান লাভ কৰিছে চীন আৰু আমেৰিকাই।
টিক ট’ক নিষিদ্ধ ভাৰততঃ ৫৯ টা চীনা এপ দেশজুৰি বন্ধৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ
-
By publisher

- Categories: News
- Tags: India China standoffLADAKH TENSIONTIKTOK
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026