২৭ জুলাইত ভাৰতত উপস্থিত হ’ব ৰাফেল ফাইটাৰ জেটঃবৃদ্ধি হ’ব শক্তি

Aero India 2019 2

ভাৰত চীন সীমান্তত উত্তেজনা অব্যাহত ৷

ইয়াৰ মাজতে ২৭ জুলাইত প্ৰায় চাৰিখন ৰাফেল ফাইটাৰ জেট ভাৰতৰ আম্বালাস্থিত বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ’ব ৷

ইয়াৰ পাছতে ৰাফেল ফাইটাৰ জেটে আৰম্ভ কৰিব নিজৰ অভিযান।

ৰাফেল ফাইটাৰ জেটে বৃদ্ধি কৰিব ভাৰতীয় বায়ুসেনা বাহিনীৰ শক্তি ৷

আনহাতে ফ্ৰান্সে ৰাফেলৰ স’তে ভাৰতক মেটেঅ’ৰ আৰু এছ চি এ এল পি নামৰ দুবিধ মিছাইলো যোগান ধৰিব ৷

শেহতীয়াকৈ সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ কাৰণে ৰাফেল যুদ্ধ বিমানৰ যোগানত কিছু পলম হৈছিল ৷

Exit mobile version