ADVERTISEMENT

Tag: INDIAN AIR FORCE

LACHIT GHAT AIR SHOW : মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিতঘাটত এয়াৰ ফৰ্চৰ এয়াৰ শ্ব’

LACHIT GHAT AIR SHOW : মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিতঘাটত আজি ভাৰতীয় বায়ু সেনাই ইষ্টান এয়াৰ কামাণ্ডে আয়োজন কৰে এয়াৰ শ্ব' ...

Read more

IAF : আইএএফ-এ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ দ্বাৰা ব্যৱহৃত চিনুক হেলিকপ্টাৰ তথ্য বিচাৰিছে

ভাৰতীয় বায়ু সেনাই বুধবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিমান যুদ্ধ নিৰ্মাণ প্ৰতিষ্ঠান বোয়িংৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই ব্যৱহাৰ কৰা চিনুক হেলিকপ্টাৰৰ সম্পূৰ্ণ ...

Read more

MiG-21 Fighter Jet Accident : ৰাজস্থানত মর্মান্তিক দুর্ঘটনা, মাজ আকাশতে ভাঙি চূৰ্ণবিচূৰ্ণ মিগ-২১ বিমান

বৃহস্পতিবাৰে সন্ধিয়া ৰাজস্থানৰ বাৰমেৰ জিলাত মিগ-২১ যুদ্ধবিমান ভাঙি পৰে (MiG-21 fighter aircraft) । বৃহস্পতিবাৰে নিশা ন বজাত ৰাজস্থানত (Rajasthan) ভাঙি ...

Read more

Agnipath Scheme : অগ্নিপথত ছদিনতেই দুই লাখ আবেদন বায়ুসেনাত ! নিয়োগ হ’ব তিনি হেজাৰ অগ্নিবীৰ

এফালে, বিক্ষোভ-আন্দোলন । আনফালে, অগ্নিবীৰ হ'বৰ বাবে আবেদনৰ ঢল । নৰেন্দ্র মোদী চৰকাৰৰ অগ্নিপথ প্রকল্পক লৈ দেশৰ যুৱ প্রজন্মৰ একাংশ‌ ...

Read more

Registration for Agnipath begins : বিতর্কৰ মাজতেই ‘অগ্নিপথ’ প্রকল্পৰ ৰেজিষ্ট্ৰেছন বায়ুসেনাত

বিতর্কৰ জুই এতিয়াও দাউদাউ কৰি জ্বলিছে । তাৰ মাজতেই 'অগ্নিপথ' (Agnipath) প্রকল্পৰ অধীনত নিয়োগ আৰম্ভ কৰিলে ভাৰতীয় বায়ুসেনাই (IAF) । ...

Read more

Agnipath Scheme : অগ্নিবীৰসকলক চাকৰিৰ প্রতিশ্রুতি ছয় বিভাগত

অগ্নিপথ প্রকল্পৰ বিৰুদ্ধে দেশব্যাপী চলা হিংসাত্মক আন্দোলনৰ পৰিপ্রেক্ষিতত সংকটমোচনৰ পথ বিচাৰিছে কেন্দ্র‌ই । এইবাৰ অৱসৰ লোৱা অগ্নিবীৰসকলক চাকৰিৰ সুযোগ কৰি ...

Read more
এইবাৰ বায়ুসেনাত মহিলা যুঁজাৰু বৈমানিকক দিয়া হ’ব স্থায়ী নিযুক্তি

এইবাৰ বায়ুসেনাত মহিলা যুঁজাৰু বৈমানিকক দিয়া হ’ব স্থায়ী নিযুক্তি

ভাৰতীয় বায়ু সেনাত মহিলাই অংশগ্রহণৰ সন্দৰ্ভত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিলে প্ৰতিৰক্ষা মন্ত্রণালয়ে। প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙে ঘােষণা কৰা অনুসৰি ছবছৰ ...

Read more

Bipin Rawat Chopper Crash : গ্রুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান

সাত দিন জীৱন-মৰণৰ স'তে যুঁজি অৱশেষত আজি মৃত্যুক সাৱটি ল'লে কুন্নুৰত হেলিকপ্টাৰ দুর্ঘটনাত জীৱিত, গ্রুপ কেপ্টেইন বৰুণ সিঙে । তেওঁ ...

Read more

ভাৰতলৈ ৰাছিয়াৰ এছ ৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ ব্যৱস্থাৰ যোগান প্ৰক্রিয়া কৰিলে আৰম্ভ

ৰাছিয়াই ভাৰতক এছ ৪০০ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থাৰ যােগান প্রক্রিয়া আৰম্ভ কৰিলে। এই তথ্য প্রকাশ কৰিলে ফেডাৰেল চার্ভিছ ফৰ মেলিটাৰী টেকনিকেল ...

Read more

Indian Army : চীনক প্ৰত্যাহ্বান দিবলৈ প্ৰস্তুত ভাৰতীয় বায়ুসেনা

পাকিস্তান আৰু চীন, এই দুই প্রতিবেশীৰ প্ৰতি লক্ষ্য ৰাখি বায়ুসেনাত প্ৰায় ৪২ স্কোয়াড্রন বিমান থকা প্রয়োজন বুলি কয় সামৰিক বিশেষজ্ঞেসকলে ...

Read more
Page 1 of 2 1 2