- ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১ জন লোকৰ।
- মৃত্যু হোৱা লোকজনৰ নাম দিলীপ তালুকদাৰ৷ ঘৰ ফটাশিল আমবাৰীত।
- ২২ জুনত ব্যক্তিজনক ভৰ্তি কৰা হৈছিল জি এম চি চিকিৎসালয়ত ৷
- এই কথা টুইটাৰ যোগে জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
- ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ ।
- আনহাতে ৰাজ্যত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ৭৮৩৫ জন লোক ৷ সুস্থ হৈ উঠিছে ৫৩৩৩ জন,চিকিৎসাধীন হৈ আছে ২৪৮৮ জন।
কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ
-
By publisher
![Assam News Today | কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ - Dainik Agradoot | WhatsApp Image 2020 06 30 at 2.32.28 PM](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/06/WhatsApp-Image-2020-06-30-at-2.32.28-PM.jpeg?fit=1024%2C356&ssl=1)
- Categories: Assam, COVID-19, News
- Tags: AssamCorona VirusCovid-19FIGHT AGAINST COVID-19Himanta Biswa Sarma
Related Content
মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
December 18, 2024
Prominent pious woman Nani Bujarbaruah Passed Away:ঘগ্ৰাপাৰ দতৰাৰ বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা ননী বুজৰবৰুৱাৰ দেহাৱসান
By
publisher
December 18, 2024
Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ
By
publisher
December 18, 2024
Poet Sameer Tanti wins Sahitya Akademi Award:প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা
By
publisher
December 18, 2024
Alka Thakur is the first Indian woman to do a PhD in flute-playing:বাঁহী বাদন বিষয়ত ডক্টৰেট ডিগ্রী
By
publisher
December 18, 2024
Tragic accident in Barkhala: মৰ্মান্তিক ! শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কণমানি কন্যা সহ মাতৃ
By
publisher
December 18, 2024