Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চীনা ম’বাইল এপৰ বিকল্প হিচাপে আপোনাৰ স্মাৰ্টফোনত কি কি এপ ইনষ্টল কৰিব ?

publisher by publisher
June 30, 2020
in India, News
Reading Time: 1 min read
0
চীনা ম’বাইল এপৰ বিকল্প হিচাপে আপোনাৰ স্মাৰ্টফোনত কি কি এপ ইনষ্টল কৰিব ?
1
SHARES
12
VIEWS
ShareShareShareShare

টিকটকসহ ভাৰতত চীনৰ ৫৯ টা মোবাইল এপ নিষিদ্ধ হোৱাৰ পাছত ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰীসকলে নিজৰ ম’বাইলত এতিয়া এনেবোৰ চীনা এপৰ বিকল্প হিচাপে কি এপ ব্যৱহাৰ কৰিব তাক লৈ চিন্তিত হৈছে  ৷ ৫৯ টাকৈ চীনা এপ ভাৰতত চৰকাৰে নিষিদ্ধ কৰিলেও ভাৰতীসকল চিন্তিত হোৱাৰ প্ৰয়োজন নাই । কিয়নো ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ হাতত চীনা এপৰ অনেক বিকল্প আছে ৷ প্ৰথমতে জনপ্ৰিয় চীনা ভিডিঅ’ শ্বেয়াৰিং এপ টিককৰ কথাকে উল্লেখ কৰিব পাৰি। টিকটকৰ একাধিক বিকল্প সম্প্ৰতি গুগল প্লে’ষ্টৰত উপলব্ধ হৈছে । চিংগাৰী, মিত্ৰণ, ৰপ’ছ’ আদিৰ দৰে ভাৰতীয় ভিডিঅ’ শ্বেয়াৰিং এপ ম’বাইল ব্যৱহাৰকাৰীসকলে টিকটকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৷

ADVERTISEMENT

উল্লেখযোগ্য যে, টিকটকৰ নিষিদ্ধ কৰাৰ বাতৰি প্ৰকাশৰ পাছতে ভাৰতত এনেবোৰ থলুৱা ম’বাইল এপৰ ডাউনলোড যথেষ্ট বৃদ্ধি পাইছে  ৷ একেদৰে চীনা এপ শ্বেয়াৰইটৰ বিকল্প হিচাপে ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে থলুৱা জেড শ্বেয়াৰ এপ মোবাইলত ডাউনলোড কৰি ল’ব পাৰিব ৷ ইয়াৰ জৰিয়তে অতি সহজে ম’বাইলৰ পৰা বিভিন্ন ফাইল, ভিডিঅ’, অডিঅ’ ইত্যাদিৰ আদান প্ৰদান কৰিব পাৰিব । উইচেট, হেল’ আদিৰ দৰে চীনা এপৰ বিকল্প হিচাপে ভাৰতীয় ম’বাইল ফোন ব্যৱহাৰকাৰীয়ে দেশীয় শ্বেয়াৰচেট এপ ব্যৱহাৰ কৰিব পাৰিব ৷ শ্বেয়াৰচেটত হিন্দীসহ আন ১৫ টা ভাৰতীয় ভাষাত বাৰ্তাৰ আদান প্ৰদানৰ ব্যৱস্থা আছে ৷

RelatedPosts

No Content Available

চীনা কেমস্কেনাৰ এপৰ পৰিৱৰ্তে ভাৰতীয় এডব স্কেন ম’বাইলত ডাউনলোড কৰিব পাৰিব ৷ এডবস্কেন এপ চীনা কেমস্কেনাৰৰ দৰে কাম কাজত ব্যৱহাৰ কৰিব পাৰি ৷ সেইদৰে ভিভা ভিডিঅ’ নামৰ চীনা এপৰ পৰিৱৰ্তে এতিয়াৰে পৰা আপুনি নিজৰ ম’বাইলত ফ’টো ভিডিঅ’মেকাৰ নামৰ দেশীয় এপ ব্যৱহাৰেৰে ফটো আৰু ভিডিঅ’ৰ প্ৰয়োজনীয় সম্পাদন কৰিব পাৰিব ৷ বিউটিপ্লাছ, ইউকেম পাৰফেক্ট এপৰ স্থানত ইণ্ডিয়ান ছেলফী কেমেৰা এপ ম’বাইলত ডাউনলোড কৰি লওক ৷ ইউচি ব্ৰাউজাৰ এপৰ পৰিৱৰ্তে আপোনাৰ ম’বাইলত এতিয়াৰে পৰা ভাৰতীয় জিঅ’ ব্ৰাউজাৰ এপ ৰাখক ৷ এইদৰে চীনা এপ বৰ্জন কৰি আপুনি গুগল প্লেষ্ট’ৰৰ পৰা আপুনি ইয়াৰ বিকল্প হিচাপে উপলব্ধ ভাৰতীয় বা আন দেশৰ ম’বাইল এপ ডাউনলোড কৰি পূৰ্বৰ দৰে স্মাৰ্টফোন ব্যৱহাৰৰ আনন্দ অব্যাহত ৰাখিব পাৰিব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian AppMitron
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d