- ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১ জন লোকৰ।
- মৃত্যু হোৱা লোকজনৰ নাম দিলীপ তালুকদাৰ৷ ঘৰ ফটাশিল আমবাৰীত।
- ২২ জুনত ব্যক্তিজনক ভৰ্তি কৰা হৈছিল জি এম চি চিকিৎসালয়ত ৷
- এই কথা টুইটাৰ যোগে জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
- ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা বৃদ্ধি পালে ১২ জনলৈ ।
- আনহাতে ৰাজ্যত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হৈছে ৭৮৩৫ জন লোক ৷ সুস্থ হৈ উঠিছে ৫৩৩৩ জন,চিকিৎসাধীন হৈ আছে ২৪৮৮ জন।
ADVERTISEMENT