অসমত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।মংগলবাৰে ৰাজ্যত ৫৭২ জন ৰোগীৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰে ৩৮০ জনেই গুৱাহাটী মহানগৰীৰ ৷ এই কথা টুইটাৰ যোগে জনালে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সম্প্ৰতি কৰ’নাৰ উৰ্দ্ধগামী সংখ্যাই আতংকৰ সৃষ্টি কৰিছে মহানগৰীবাসীৰ মাজত ৷ ইফালে ৰাজ্যত মুঠ কৰ’নাত আক্ৰান্ত হৈছে ৮৪০৭ জন, সুস্থ হৈছে ৫৬৪৭ জন, চিকিৎসাধীন হৈ আছে ২৭৪৫ জন ৷ আৰু মৃত্যু হৈছে ১২ জনৰ ।
গুৱাহাটীত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026