Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বৰছলাৰ প্ৰতিভাৱান ছাত্ৰৰ ব্যতিক্ৰমী শিল্প কৰ্ম

publisher by publisher
July 3, 2020
in Assam, India, News
Reading Time: 1 min read
0
বৰছলাৰ প্ৰতিভাৱান ছাত্ৰৰ ব্যতিক্ৰমী শিল্প কৰ্ম
5
SHARES
47
VIEWS
ShareShareShareShare

কৰ’না মহামাৰীৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰিবলৈ সন্মূখৰ পৰা যুঁজ দিছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে৷কৰ’না যোদ্ধাক আমি সন্মান জনাব লাগিব৷কৰ’নাৰ যুঁজখনত ৰাজ্য খনৰ কৰ’নাৰ অন্যতম যোদ্ধা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক নিৰাপদে ৰাখিবলৈ দিন- ৰাতি একাকাৰ কৰি ঘূৰিছে ইমূৰৰ পৰা সিমূৰলৈকে৷সেইবাবে কৰ’নাৰ অন্যতম যোদ্ধা মুখ্যমন্ত্ৰী সোনোৱাল-স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কষ্টক শ্ৰদ্ধা আৰু সন্মান জনাই ব্যতিক্ৰমী ৰূপত এজন ছাত্ৰই আঁহতৰ পাতত স্বাস্থ্যমন্ত্ৰী হিমন্তৰ প্ৰতিছব্বি অংকন কৰাৰ লগতে সাংবাদিকৰ চকুৰ সন্মূখতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সোনোৱালৰ ছবি অংকন কৰিলে সুমন দেবনাথ নামৰ এগৰাকী ছাত্ৰই ৷

ADVERTISEMENT

IMG 20200703 WA0009

RelatedPosts

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলাৰ ভঙামন্দিৰ গাওঁৰ সুমন দেৱনাথ নামৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰই আঁহত গছৰ পাতত ব্যতিক্ৰমী শৈলীৰে অতি নিপুনতাৰে হুবহু মন্ত্ৰী ড° হিমন্তৰ বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি ব্লেটৰ দ্বাৰা অংকন কৰিলে৷একেদৰে সাংবাদিকৰ চকুৰ সন্মূখতে মুখ্যমন্ত্ৰী সোনোৱালৰ হুবহু প্ৰতিছবি অংকন কৰিলে সুমনে ৷ইমানেই নহয় আঁহতৰ পাতত ভাৰতৰত্ন সুধা কণ্ঠ ভূপেন হাজৰিকাও প্ৰান পাই উঠিল৷ইপিনে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ,সাংসদ পল্লৱ লোচন দাসৰ প্ৰতিচ্ছবিও কাগজত হুবহু অংকন কৰিলে এই জন প্ৰতিভাৱান ছাত্ৰ সুমন দেৱনাথে৷ বাল্যকালৰ পৰাই চিত্ৰ অংকন কৰা প্ৰবল ইচ্ছা থকা সুমন দেৱনাথে সীমিত সুবিধাৰ মাজেৰে কোনো ধৰণৰ চিত্ৰ অংকনৰ প্ৰশিক্ষন আদি নোলোৱাকৈ এনেধৰণে ব্যতিক্ৰমী ৰূপত আঁহতৰ পাতত ছৱি অংকনকে ধৰি কাগজতো দৃষ্টিনন্দন ৰূপত ছবি অংকন কৰি আহিছে৷

কৰোনা যুঁজখনৰ ৰাজ্যৰ অন্যতম দুগৰাকী যুদ্ধাক শ্ৰদ্ধা জনাই সুমন দেৱনাথৰ শিল্প কৰ্মত শেহতীয়াকৈ আঁহতৰ পাতত হুবহু মন্ত্ৰী হিমন্ত প্ৰান উঠাৰ লগতে মুখ্যমন্ত্ৰী সোনোৱাৰ প্ৰতিচ্ছবি অংকন কৰি তেওঁৰ প্ৰতিভা দাঙি ধৰিলে৷ঢেকিয়াজুলিৰ ভঙামন্দিৰ গাঁৱৰ প্ৰতিভাৱান ছাত্ৰ সুমন দেৱনাথৰ এই শিল্প কৰ্মই পাওক উচিত মৰ্যাদা৷ছাত্ৰ জনে প্ৰশিক্ষণ নাইবা তেওঁৰ শিল্প কৰ্মত সহায় লাভ কৰিলে অধিক উৎসাহৰে আগবাঢ়িব পাৰিব সেয়া নিশ্চিত৷এই সন্দৰ্ভত স্থানীয় যুৱক লক্ষেশ্বৰ মিৰ্ধাই কয়-সুমন দেবনাথে সুযোগ আৰু সুবিধা পালে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰি ভিতৰুৱা অঞ্চলতো সুপ্ত প্ৰতিভা লুকাই আছে সেয়া সুমন দেবনাথে প্ৰতিফলিত কৰিছে বুলি উল্লেখ কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bhupen HazarikaHimanta Biswa SarmaSarbananda Sonowal
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d