সোণৰ কেঁচীৰে চুলি কাটিলে মহাৰাষ্ট্ৰৰ এখন চেলুনৰ গৰাকীয়ে ।গৰাকীৰ নাম ৰামভাউ সন্ধপাল। ৰামভাউ সন্ধপালে নিজৰ সাঁচতীয়া ধনেৰে গঢ়ালে ১০ তোলা ওজনৰ সেই বিশেষ কেঁচীখন ।কাৰণ গ্ৰাহকক তেওঁ ভগৱানৰ দৰে গণ্য কৰে।’আনলক- ২ ‘ৰ অধীনত দেশৰ বহু স্থানৰ লগতে মহাৰাষ্ট্ৰতো কালিৰ পৰা পুনৰ মুকলি কৰি দিছে চেলুন আৰু বিউটিপাৰ্লাৰ সমূহ ।তলাবন্ধৰ বাবে যোৱা ৯৮ দিন ধৰি মহাৰাষ্ট্ৰত বন্ধ হৈ আছিল সকলো চেলুন ।উপাৰ্জনো তিনিমাহ সম্পূৰ্ণভাৱে বন্ধ আছিল ।সেয়েহে ইমান দিনৰ পিছত চেলুন খোলাৰ পিছত খুবেই আনন্দিত হৈ উঠে ৰামপাল।তলাবন্ধ শিথিল কৰা পৰিস্থিতিত লাহে লাহে হ’লেও পৰিৱেশ স্বাভাৱিক হোৱাৰ আশাৰে সোণৰ কেঁচীৰে গ্ৰাহকক চুলি কটাৰ সিদ্ধান্ত লয় ৰামভাউ সন্ধিপালে।
১০ তোলাৰ সোণৰ কেঁচীৰে কাটিলে চুলি
-
By publisher

- Categories: Uncategorized
- Tags: Corona Viruscovid19indiaLockdownMaharashtra
Related Content
Maha Kumbh Bathing:কুম্ভত মহিলাসকলৰ গা ধোৱা আৰু কাপোৰ সলোৱা ভিডিঅ' বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ তিনিজন
By
publisher
February 22, 2025
Punjab :পঞ্জাৱক বদনাম কৰাৰ চেষ্টা !
By
publisher
February 15, 2025
ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ ! তেল আমদানিত বাধা আৰোপ
By
publisher
February 8, 2025
বুধবাৰে আমেৰিকালৈ ৰাওনা হ'ব নৰেন্দ্র মোদী !
By
publisher
February 8, 2025
ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
By
publisher
February 6, 2025
Delhi:‘ন্যূনতম সা-সুবিধা নাই দিল্লীত, বহিঃৰাজ্যলৈ গৈ লাজত পৰিব লগা হয় : বৈদেশিক মন্ত্ৰী
By
publisher
February 2, 2025