Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

দৌলযাত্ৰা মহোৎসৱত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ কে'বা গৰাকী বিধায়ক

publisher by publisher
March 3, 2026
in Uncategorized
Reading Time: 1 min read
0
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Batadova Doul Yatra:

‘কাহালী মহৰী ঢাক ঢোল ভেবী/অসংখ্য বাদ্য বজাই।/কৃষ্ণৰ কীৰ্তন কৰিলা উৎসূকে/ফায়ু গুণ্ডি সিঞ্চি যায়।’ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে মাত্র ২১ বছৰ বয়সতে বটদ্রৱাত দৌল প্রতিষ্ঠা কৰি ‘এক দেৱ এক সেৱ, এক বিনে নাহি কেব’ বুলি একমাত্র কৃষ্ণৰ জয়গান গায়। গুৰু, দেউ, নাম, শুকত এই চাৰি বস্তু প্রকাশ কৰিলে বটদ্ৰৱাতেই। দৌল সাজি ফাকুৱা উৎসৱৰে তেওঁ কৃষ্ণৰ বন্দনাৰে একেশ্বৰবাদক অধিক দৃঢ়ভাবে প্রতিষ্ঠা কৰিছিল। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে আৰম্ভ কৰা বটদ্ৰৱা দৌল উৎসৱৰ পৰম্পৰাৰ ধাৰাবাহিকতা আজিও অব্যাহত আছে বটদ্ৰৱাত।

ADVERTISEMENT

পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো গুৰুজনাৰ পবিত্র জন্মস্থান বটদ্ৰৱাৰ শ্রীশ্রী বটদ্ররা থানত পাঁচদিনীয়াকৈ শ্রীকৃষ্ণব দৌলযাত্রা মহোৎসৱ সোমবাৰৰ পৰা আৰম্ভ হৈছে। কার্যসূচী অনুসৰি, পুৱা ৪-৩০ বজাত তাল কোবোৱা প্রসংগ আৰু মঞ্জিৰ নাম, আঠ বজাত আইসকলৰ নাম-প্ৰসংগ, খোল খায় প্রসংগ, নাম-প্রসংগ প্রসাদ বিতৰণ, ১১ বজাত চিত্রাংকন প্রতিযোগিতা, কুইজ প্রতিযোগিতা, ফাকুৱা গীত প্রতিযোগিতা, বিয়লি তিনি শূন্য পাঠ, বিয়লি প্রসংগ, বিয়লি চাৰি আইসকলৰ নাম-প্ৰসংগ, সন্ধিয়া প্রসংগ আৰু তাল কোবোবা প্রসংগ, গুণমালা আৰু ভটিমা প্রসংগ খোল প্রসংগ, নাম-প্রসংগ আদি কাৰ্যসূচীৰ পাছত গায়ন-বায়ন আৰু ভক্তসকলৰ দ্বাৰা গাই-বাই গোসাঁই (শ্রীকৃষ্ণৰ মূর্তি ভাগ) কীৰ্তনঘৰৰ পৰা উলিয়াই আনি স্নান কার্য সম্পাদন কৰি ৰভাঘৰত স্থাপন কৰা হয়। পাছত গায়ন-বায়নৰ ৰাম ধেমালি পৰিৱেশন কৰি গোসাঁইক গন্ধ তেলেৰে নোৱাই গন্ধ কার্য সম্পাদন কৰা হয়।

আনহাতে, মঙলবাৰে পুৱা তাল কোবোৱা প্ৰসংগ আৰু মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ আৰু ভকতৰ নাম-প্রসংগ অনুষ্ঠিত হয় ৷ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় শ্ৰী শ্ৰী বটদ্ৰৱা থানত ৷ চুৰিয়া- ধূতি পৰিহিত মুখ্যমন্ত্ৰী গৰাকীয়ে কীৰ্তন ঘৰত প্ৰৱেশ কৰি সিংহাসনৰ ওচৰত সেৱা লয় । ইয়াৰ পিছত তেখেতক থান কমিটিৰ তৰফৰ পৰা ফুলাম গামোচা আৰু শৰাইৰে আদৰণি জনোৱা হয় ৷ অনুষ্ঠানত আঁত ধৰে থান পৰিচালনা কমিটিৰ সম্পাদক লাচিত বৰদলৈয়ে । মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতে থান চৌহদ আৰু বটদ্ৰৱাৰ আৱিৰ্ভাৱ ক্ষেত্ৰ পৰিভ্ৰমণ কৰে ৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে নগাঁও-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা,বিধায়ক জিতু গোস্বামী আৰু শশীকান্ত দাস সহ বহু কেবা গৰাকী বিশিষ্ট ব্যক্তিয়ে।

বিয়লি কৃষ্ণ গোসাঁইৰ আগত গায়ন-বায়নৰ ন-ধেমালি গীত পৰিৱেশন, গোসাঁই সেৱা সম্পন্ন কৰি গোসাঁই মূৰত ফাকু দিয়া উৎসৱ। যাত্রীৰ সেৱাৰ সুবিধাৰ বাবে গোটেই নিশা গোঁসাইক ৰভাতলীয়া কৰি ৰখা হ’ব ৷

আনহাতে বিয়লি শূন্য পাঠ আৰু বিয়লি প্রসংগ, সন্ধিয়া প্রসংগ আৰু তাল কোবোৱা প্ৰসংগ, গুণমালা আৰু ভটিমা প্রসংগ, দুই সত্ৰৰ ভক্তসকলৰ পদূলিত এগছিকৈ বস্তি প্রজ্বলন, খোল প্রসংগ আৰু নাম-প্ৰসংগ, শ্রীশ্রী বটদ্ৰৱা থানৰ নাটঘৰ আৰু দৌল উৎসৱ মন্দিৰ প্ৰাংগণত বিভিন্ন স্থানৰ পৰা অহা নামতীসকলৰ দ্বাৰা নাম পৰিৱেশন, খেৰখুতি সাংস্কৃতিক মঞ্চত সত্রীয়া সাংস্কৃতিক অনুষ্ঠান, অংকীয়া নাট প্রদর্শন আদি কার্যসূচী ৰূপায়ণ কৰা হ’ব। শ্রীকৃষ দৌলযাত্রা মহোৎসৱ উপলক্ষে সোমবাৰে প্রথম দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভালে সংখ্যক ভক্তপ্রাণ ৰাইজ আহি বটদ্ৰৱা থানত উপস্থিত হৈ হৰি নামৰে মুখৰিত কৰি তোলে থান চৌহদ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaDoul Yatra MohotsavNagaonsri sri batadova than
publisher

publisher

Related Posts

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d