■ কামৰূপ মেট্ৰ’ জিলাৰ অন্তৰ্গত মহানগৰীৰ ৰাজ ভৱন কেম্পাছত ক’ভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ পাছতে কেম্পাছটো ‘কনটেইনমেণ্ট জ’ন’ হিচাপে ঘোষণা কৰে।
■ ‘অসম ক’ভিড-১৯ নিৰ্দেশনাৱলী-২০২০’ ৰ অন্তৰ্গত এই নিৰ্দেশ আজিৰ পৰা কাৰ্য্যকৰী হোৱাৰ লগতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।
■ ‘কনটেইনমেণ্ট জ’ন’ৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে উত্তৰে হোটেল বেলি ভিউ, দক্ষিণে বনকুঁৱৰ নগৰ, পূবে বৰঠাকুৰ ক্লিনিক আৰু পশ্চিমে এম জি ৰোড।
মহানগৰীৰ ‘ৰাজ ভৱন কেম্পাছ’ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা
-
By publisher
Related Content
মই ‘এক দেশ এক নিৰ্বাচন’ৰ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰীকা
By
publisher
December 18, 2024
Prominent pious woman Nani Bujarbaruah Passed Away:ঘগ্ৰাপাৰ দতৰাৰ বিশিষ্ট ধৰ্মপ্ৰাণ মহিলা ননী বুজৰবৰুৱাৰ দেহাৱসান
By
publisher
December 18, 2024
Guwahati High Court Bans Buffalo and Bulbul fight in Assam:ৰাজ্য চৰকাৰৰ এছ অ পি খাৰিজ উচ্চ ন্যায়ালয়ৰ
By
publisher
December 18, 2024
Poet Sameer Tanti wins Sahitya Akademi Award:প্রথিতযশা কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা
By
publisher
December 18, 2024
Alka Thakur is the first Indian woman to do a PhD in flute-playing:বাঁহী বাদন বিষয়ত ডক্টৰেট ডিগ্রী
By
publisher
December 18, 2024
Tragic accident in Barkhala: মৰ্মান্তিক ! শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কণমানি কন্যা সহ মাতৃ
By
publisher
December 18, 2024