মহানগৰীৰ ‘ৰাজ ভৱন কেম্পাছ’ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা

containment fancy e1593865684513

■ কামৰূপ মেট্ৰ’ জিলাৰ অন্তৰ্গত মহানগৰীৰ ৰাজ ভৱন কেম্পাছত ক’ভিড-১৯ পজিটিভ ৰোগী ধৰা পৰাৰ পাছতে কেম্পাছটো ‘কনটেইনমেণ্ট জ’ন’ হিচাপে ঘোষণা কৰে।
■ ‘অসম ক’ভিড-১৯ নিৰ্দেশনাৱলী-২০২০’ ৰ অন্তৰ্গত এই নিৰ্দেশ আজিৰ পৰা কাৰ্য্যকৰী হোৱাৰ লগতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।
■ ‘কনটেইনমেণ্ট জ’ন’ৰ সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে উত্তৰে হোটেল বেলি ভিউ, দক্ষিণে বনকুঁৱৰ নগৰ, পূবে বৰঠাকুৰ ক্লিনিক আৰু পশ্চিমে এম জি ৰোড।

Exit mobile version