BREAKING

WhatsApp Image 2020 07 04 at 3.51.41 PM

■ ক’ভিড-১৯ত আক্ৰান্ত পুনৰ মহানগৰ আৰক্ষী।

■ জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতা আক্ৰান্ত কৰ’নাত ।

■ ১ জুলাইত স্বাব পৰীক্ষা কৰাইছিল পাণ্ডুৰ এখন বিদ্যালয়ত।

■ স্বাব পৰীক্ষাৰ ফলাফলত পজিটিভ ধৰা পৰে ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ।

Exit mobile version