সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সন্দৰ্ভত ২০০ ৰো অধিক বিজ্ঞানীসকলে কৰ’না ভাইৰাছ বতাহত বিয়পে বুলি দাবী কৰাৰ বিপৰীতে বিশ্ব স্বাস্থ্য সংন্থাই মন্তব্য কৰিছে যে এই সন্দৰ্ভত আমি আলোচনা কৰিম ৷ ৩২ ৰো অধিক দেশৰ ২৩৯ জন বিজ্ঞানীয়ে বিশ্ব স্বাস্থ্য সংস্থাক এখন পত্ৰৰ যোগেৰে কৰ’না ভাইৰাছ বতাহত বিয়পাৰ কথা অৱগত কৰাইছিল । আমেৰিকাৰ এখন বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ মতে বৈজ্ঞানিকসকলৰ মতে কৰ’নাৰ পৰা বাছি থাকিবৰ কাৰণে ঘৰৰ ভিতৰতে এন ৯৫ মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয় । ইয়াৰ লগতে বৈজ্ঞানিকসকলে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাক গাইডলাইন খনৰো সালসলনি কৰিবলৈ আহ্বান কৰিছিল।
কৰ’না ভাইৰাছ বতাহত ওপঙি ফুৰে নেকি?
-
By publisher

- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19WHO
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026