পুনৰ মালিগাঁৱত এগৰাকী মহিলাৰ মৃত্যু

3coronavirus 82

■ মিনা ভৰালী নামৰ মহিলাগৰাকীৰ মৃত্যু ।

■ মধুমেহ আৰু বৃক্ক জনীত ৰোগত আক্ৰান্ত মহিলাগৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।

■ ২ জুলাইত স্বাৱ সংগ্ৰহ কৰিছিল জি এম চি এইচত ।

■ ৫ তাৰিখে মৃত্যু হয় মহিলাগৰাকীৰ।

■ স্বাৱ পৰীক্ষাত পজিটিভ ধৰা পৰে মহিলাগৰাকীৰ।

■ কিন্তু প্ৰশাসনে মৃত মহিলাগৰাকীৰ পৰিয়ালক নিগেটিভ বুলি জনায় ।

■ পৰৱৰ্তী সময়ত পজিটিভৰ তালিকাত অন্তৰ্ভুক্ত হয় মহিলাগৰাকীৰ নাম।

■ মহিলাগৰাকীৰ অন্তিম সৎকাৰ কৰা হয় ভূতনাথ শ্মশানত।

■ পজিটিভ, নিগেটিভক লৈ এতিয়া বিভ্ৰান্তি সৃষ্টি হৈছে পৰিয়ালৰ মাজত।

Exit mobile version