অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ত বুধবাৰে ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বড়াৰ মৃত্যু দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয় । অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই পুস্পাজ্ঞলী অৰ্পণ কৰি অনুষ্ঠানটোত শ্বহীদ গৰাকীৰ জীৱন আৰু সংগ্ৰামৰ বিষয়ে আলোকপাত কৰে। অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোৱৰে আত ধৰা অনুষ্ঠানটোত সভাৰ আঞ্চলিক আহ্বায়ক ৰাণা আলম, নৱ নিযুক্ত সাংস্কৃতিক উপ সমিতিৰ সহ আহ্বায়ক ডাঃ:মৃন্ময় কুমাৰ নাথ, কালিন্দ বৰুৱা, মানস জ্যোতি ৰাজবংশী, ডিজিটেল সংবাদিক দ্বীপেন বৰুৱা, প্ৰৱীন বৰুৱা,মুকুত ডেকাই অংশগ্রহণ কৰে | দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ লগতে শ্বহীদ গৰাকীৰ প্ৰতিচ্ছৱিত পুস্পাজ্ঞলী অৰ্পন কৰে |
মঙলদৈত ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বড়াৰ মৃত্যু দিৱস পালন
-
By publisher

ADVERTISEMENT
Related Content
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
By
publisher
May 9, 2025
Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা
By
publisher
May 9, 2025
Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ
By
publisher
May 9, 2025
কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী কৰি তুলিছে নিৰাপত্তা !
By
publisher
May 9, 2025