শনিবাৰে পুৱা প্ৰায় ৪-৩০ বজাত অৰুণাচলৰ অসম ৰাইফলচৰ অভিযানত নিহত হয় ছজনকৈ NSCN(IM) ৰ কেডাৰ । টিৰাপ জিলাৰ খুঞ্চাত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় কেডাৰ কেইজন । নিহত কেডাৰ কেইজনৰ পৰা ছটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে । এই সংঘৰ্ষত এজন অসম ৰাইফলছৰ জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । ইতিমধ্যে তেওঁক সমীপৰ চিকিৎসালয়ত চিকিৎসা কৰি থকাৰ খবৰ পোৱা গৈছে।
অৰুণাচলত তুমূল সংঘৰ্ষত এন.এছ. চি. এনৰ ছজন কেডাৰ নিহত
-
By publisher

- Categories: Assam, News
- Tags: ARUNACHAL PRADESHAssam
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026