- পুনৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে অখিল গগৈৰ ৷
- কাৰাগাৰসমূহৰ মহা পৰিদৰ্শক দশৰথে দাসে এই তথ্য নিশ্চিত কৰে ৷
- গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ১৫ জনৰ শৰীৰত কৰ’না পৰীক্ষা কৰা হৈছিল ৷
- অখিল গগৈ কৰ’নাত আক্ৰান্ত হৈছে নেকি? এই সন্দৰ্ভত বিগত তিনি চাৰিদিন ধৰি চৰ্চা অব্যাহত আছিল ৷
কৰ’নাত আক্ৰান্ত কৃষক নেতা অখিল গগৈ
-
By publisher
![Assam News Today | কৰ’নাত আক্ৰান্ত কৃষক নেতা অখিল গগৈ - Dainik Agradoot | Untitled design 7 1](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/07/Untitled-design-7-1.jpg?fit=800%2C444&ssl=1)
- Categories: Assam, COVID-19, News
- Tags: AKHIL GOGOIAssamCORONAVIRUSCovid-19
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024